ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 ডিচেম্বৰ পৃষ্ঠা ৭
  • ডিচেম্বৰ ৩১, ২০১৮–জানুৱাৰী ৬, ২০১৯

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ডিচেম্বৰ ৩১, ২০১৮–জানুৱাৰী ৬, ২০১৯
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 ডিচেম্বৰ পৃষ্ঠা ৭

ডিচেম্বৰ ৩১, ২০১৮–জানুৱাৰী ৬, ২০১৯

পাঁচনিৰ কৰ্ম্ম ১৯-২০

  • গীত ৪২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “তোমালোকে নিজলৈ আৰু গোটেই জাকলৈকো সাৱধান হোৱা”: (১০ মি.)

    • পাঁচ ২০:২৮—প্ৰাচীনসকলে মণ্ডলীৰ চোৱা-চিতা কৰে (w১১-HI ৬/১৫ ২০-২১ ¶৫)

    • পাঁচ ২০:৩১—প্ৰয়োজন হʼলে প্ৰাচীনসকলে “দিনে-ৰাতিয়ে” সহায় আগবঢ়ায় (w১৩-HI ১/১৫ ৩১ ¶১৫)

    • পাঁচ ২০:৩৫—প্ৰাচীনসকলে আত্মত্যাগৰ ভাৱনা দেখুৱা উচিত (bt-HI ১৭২ ¶২০)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • পাঁচ ১৯:৯—পাঁচনি পৌলে পৰিশ্ৰমী আৰু পৰিস্থিতিৰ অনুসৰি নিজকে খাপ খুৱাই লোৱাৰ বিষয়ত কেনেকৈ এক ভাল উদাহৰণ ৰাখে? (bt-HI ১৬১ ¶১১)

    • পাঁচ ১৯:১৯—ইফিচৰ লোকসকলে কেনেকৈ এক ভাল উদাহৰণ ৰাখে? (bt-HI ১৬২-১৬৩ ¶১৫)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) পাঁচ ১৯:১-২০

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। গৃহস্থক এখন JW.ORG যোগাযোগৰ কাৰ্ড দিয়ক।

  • তৃতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) নিজাকৈ এটা শাস্ত্ৰপদ নিৰ্ব্বাচন কৰক আৰু পৰৱৰ্তী সাক্ষাতৰ বাবে এটা প্ৰশ্ন সোধক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) যিহোৱাৰ ইচ্ছা পাঠ ১৫

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৩১

  • ডেকা ভাইসকলক প্ৰশিক্ষণ দিয়ক: (১৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত পৰৱৰ্তী প্ৰশ্নবোৰ আলোচনা কৰক: মণ্ডলীত প্ৰাচীনসকলে কি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে? (পাঁচ ২০:২৮) প্ৰাচীনসকলে আনক কিয় প্ৰশিক্ষণ দি থকা উচিত? যীচুৱে পাঁচনিসকলক প্ৰশিক্ষণ দিয়াৰ দৰে, প্ৰাচীনসকলে কি কৰিব পাৰে? প্ৰশিক্ষণ পোৱা ভাইসকলে কেনে মনোবৃত্তি ৰখা উচিত? (পাঁচ ২০:৩৫; ১তীত ৩:১) প্ৰাচীনসকলে তেওঁলোকক কি ব্যৱহাৰিক প্ৰশিক্ষণ দিব পাৰে? প্ৰাচীনসকলে প্ৰশিক্ষণ পোৱা ভাইসকলৰ প্ৰতি কেনে দৃষ্টিভংগী ৰখা উচিত?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ বাৰ্ত্তা পাঠ ১৯

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১৩৮ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক