ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 ফেব্ৰুৱাৰী পৃষ্ঠা ২
  • ফেব্ৰুৱাৰী ৪-১০

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ফেব্ৰুৱাৰী ৪-১০
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 ফেব্ৰুৱাৰী পৃষ্ঠা ২

ফেব্ৰুৱাৰী ৪-১০

ৰোমীয়া ১-৩

  • গীত ৮৮ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “নিজৰ বিবেকক প্ৰশিক্ষণ দি থাকক”: (১০ মি.)

    • [ৰোমীয়া কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

    • ৰোম ২:১৪-১৬—সকলো ব্যক্তিৰ বিবেক আছে (lv ১৮ ¶৬)

    • ৰোম ২:১৫—আমি আমাৰ বিবেকক প্ৰশিক্ষণ দিয়া উচিত, যাতে ই আমাক সঠিক বাট দেখুৱায় (lv ১৯-২০ ¶৮-৯)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ৰোম ৩:৪—“ঈশ্বৰ সত্য বুলি” আমি কেনেকৈ প্ৰমাণ কৰিব পাৰোঁ? (w০৮-HI ৬/১৫ ৩০ ¶৫)

    • ৰোম ৩:২৪, ২৫—যীচুৱে আগবঢ়োৱা মুক্তিপণে কেনেকৈ ‘পূৰ্ব্বে কৰা নানা পাপৰপৰা’ ক্ষমা লাভ কৰিব পাৰি? (w০৮-HI ৬/১৫ ২৯ ¶৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) ৰোম ১:১-১৭ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক: (১০ মি.) আলোচনা। আলোচনা কৰাৰ পদ্ধতি নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শিক্ষা ব্ৰচাৰখনৰপৰা অধ্যায় ২ আলোচনা কৰক।

  • ভাষণ: (৫ মি. বা কম) w০৬-HI ৬/১ ১২-১৩—বিষয়: নিজৰ আৰু আনৰ সীমিত অৱস্থাৰ বিষয়ে সঠিক দৃষ্টিভংগী বজাই ৰাখক। (শিক্ষা অধ্যায় ৭)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৬

  • “আপুনি ঈশ্বৰৰ অদৃশ্য গুণবোৰ ধ্যান দিয়েনে?”: (১৫ মি.) আলোচনা। সৃষ্টিয়ে যিহোৱাৰ মহিমা কৰে—ৰশ্মি আৰু ৰং নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ বাৰ্ত্তা পাঠ ২৪

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১০৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক