ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 মাৰ্চ পৃষ্ঠা ৬
  • মাৰ্চ ২৫-৩১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্চ ২৫-৩১
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 মাৰ্চ পৃষ্ঠা ৬

মাৰ্চ ২৫-​৩১

১ কৰিন্থীয়া ৪-৬

  • গীত ১২৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “অলপ খমিৰে, সনা পিঠাগুড়িৰ আটাইখিনি ফুলায়”: (১০ মি.)

    • ১কৰি ৫:​১, ২​—কৰিন্থ মণ্ডলীত এনে এজন লোকক সহ্য কৰা হৈছিল, যি নিজৰ ভুলৰ বাবে অনুতাপ কৰা নাছিল

    • ১কৰি ৫:​৫-৮, ১৩​—পৌলে মণ্ডলীৰ লোকসকলক তেওঁলোকৰ মাজৰপৰা ‘খমিৰ’ উলিয়াবলৈ কৈছিল আৰু পাপ কৰা ব্যক্তিজনক চয়তানৰ হাতত গতাই দিবলৈ কৈছিল (it-২-E ২৩০, ৮৬৯-​৮৭০)

    • ১কৰি ৫:​৯-১১​—অনুতাপ নকৰা লোকৰ লগত মণ্ডলীয়ে সংগতি কৰা উচিত নহয় (lv ২৩৭, অতিৰিক্ত লেখ “মণ্ডলীৰপৰা বহিষ্কাৰ কৰা কোনো ব্যক্তিৰ লগত আমি কেনে ব্যৱহাৰ কৰা উচিত?”)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ১কৰি ৪:৯​—স্বৰ্গদূতসকলৰ আগত ঈশ্বৰৰ সেৱকসকলে কেনেকৈ “কৌতুকৰ পাত্ৰ” হৈছে? (w০৯-HI ৫/১৫ ২৪ ¶১৬)

    • ১কৰি ৬:৩​—যেতিয়া পৌলে “স্বৰ্গদূতবিলাকৰো সোধ-বিচাৰ কৰিম” বুলি লিখিছিল, তেতিয়া তেওঁ হয়তো কিহৰ বিষয়ে কৈছিল? (it-২-E ২১১)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) ১কৰি ৬:​১-​১৪ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১১)

  • বাইবেল অধ্যয়ন: (৫ মি. বা কম) lv ৩৯-৪০ ¶১৯-২১ (শিক্ষা অধ্যায় ৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৭৮

  • “বাইবেল বিদ্যাৰ্থীসকলক ভিডিঅ’ দেখুৱাই শিক্ষা দিয়ক”: (১৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক যʼত এগৰাকী ভনীয়ে নিজৰ বিদ্যাৰ্থীক শিকোৱাৰ সময়ত ভাল খবৰ ব্ৰচাৰখনৰ পাঠ ৪-ৰ ওপৰত আধাৰিত ভিডিঅʼখন দেখুৱাইছে। তাৰ পাছত ভিডিঅʼখনৰ ওপৰত আলোচনা কৰক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১ ¶১৮-২৪

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৩২ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক