ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 এপ্ৰিল পৃষ্ঠা ২
  • এপ্ৰিল ১-৭

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এপ্ৰিল ১-৭
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 এপ্ৰিল পৃষ্ঠা ২

এপ্ৰিল ১-৭

১ কৰিন্থীয়া ৭-৯

  • গীত ১৩৬ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “অবিবাহিত হৈ থকা এটা উপহাৰ”: (১০ মি.)

    • ১কৰি ৭:৩২—অবিবাহিত খ্ৰীষ্টানসকলে বিবাহিত জীৱনত হোৱা চিন্তাবোৰৰপৰা মুক্ত হৈ যিহোৱাৰ সেৱা কৰিব পাৰে (w১১-HI ১/১৫ ১৮ ¶৩)

    • ১কৰি ৭:৩৩, ৩৪—বিবাহিত খ্ৰীষ্টানসকলে ‘সংসাৰৰ বিষয়বোৰৰ’ বাবে চিন্তিত (w০৮-HI ৭/১৫ ২৭ ¶১)

    • ১কৰি ৭:৩৭, ৩৮—যিসকল খ্ৰীষ্টানে অবিবাহিত হৈ থাকিবলৈ নিৰ্ণয় লৈছে, তেওঁলোকে বিবাহিত খ্ৰীষ্টানসকলতকৈ বেছি যিহোৱাৰ বাবে “ভাল কৰ্ম্ম” কৰে (w৯৬-HI ১০/১৫ ১২-১৩ ¶১৪)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ১কৰি ৭:১১—এজন খ্ৰীষ্টান ভাই বা ভনীয়ে কি কি কাৰণৰ বাবে নিজৰ সংগীৰপৰা পৃথকে থাকিব পাৰে? (lv ২৫২-২৫৩)

    • ১কৰি ৭:৩৬—খ্ৰীষ্টানসকলে কিয় “ডেকা কাল পাৰ” হোৱাৰ পাছতহে বিয়া কৰা উচিত? (w০০-HI ৭/১৫ ৩১ ¶২)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) ১কৰি ৮:১-১৩ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক: (১০ মি.) আলোচনা। প্ৰভাৱকাৰীৰূপে শাস্ত্ৰপদৰ পৰিচয় দিয়ক নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শিক্ষা ব্ৰচাৰখনৰপৰা অধ্যায় ৪ আলোচনা কৰক।

  • ভাষণ: (৫ মি. বা কম) w১২-HI ১১/১৫ ২০—বিষয়: যিসকলে অবিবাহিত হৈ থাকিবলৈ নিৰ্ণয় লৈছে, তেওঁলোকে কুমাৰীৰ উপহাৰ আচৰিতভাৱে লাভ কৰিছে নেকি? (শিক্ষা অধ্যায় ১২)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৩৭

  • আপোনাৰ অবিবাহিত জীৱন ভালদৰে অতিবাহিত কৰক: (১৫ মি.) ভিডিঅʼখন দেখুৱাওক । তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ সোধক: বহুতো অবিবাহিত খ্ৰীষ্টানে কি সমস্যাৰ সন্মুখীন হয়? (১কৰি ৭:৩৯) যিপ্তহৰ জীয়েকে কেনেকৈ এক উত্তম উদাহৰণ ৰাখিছে? যিসকলে নিষ্ঠা বজাই ৰাখে, তেওঁলোকক যিহোৱা ঈশ্বৰে কি দিয়ে? (গীত ৮৪:১১) মণ্ডলীৰ ভাই-ভনীসকলে অবিবাহিত লোকসকলক কেনেকৈ উৎসাহিত কৰিব পাৰে? অবিবাহিত লোকসকলৰ বাবে যিহোৱাক সেৱা কৰিবলৈ কি কি উপায় আছে?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ২ ¶১-৯

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৯৮ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক