ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 এপ্ৰিল পৃষ্ঠা ৭
  • এপ্ৰিল ২৯–মে’ ৫

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এপ্ৰিল ২৯–মে’ ৫
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 এপ্ৰিল পৃষ্ঠা ৭

এপ্ৰিল ২৯–মে’ ৫

২ কৰিন্থীয়া ১-৩

  • গীত ৪৪ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যিহোৱা হৈছে ‘সকলো শান্ত্বনাৰ ঈশ্বৰ’”: (১০ মি.)

    • [২ কৰিন্থীয়া কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

    • ২কৰি ১:৩—যিহোৱা হৈছে “কৰুণাময় পিতৃ” (w১৭.০৭-HI ১৩ ¶৪)

    • ২কৰি ১:৪—যিহোৱাই দিয়া শান্ত্বনাৰ দ্বাৰা আমিও আনক শান্ত্বনা দিওঁ (w১৭.০৭-HI ১৫ ¶১৪)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ২কৰি ১:২২—প্ৰতিজন অভিষিক্ত খ্ৰীষ্টানে ঈশ্বৰৰপৰা লাভ কৰা ‘বইনাস্বৰূপ’ আৰু ‘মোহৰ’ কি? (w১৬.০৪-HI ৩২)

    • ২কৰি ২:১৪-১৬—পাঁচনি পৌলে “জয়-যাত্ৰা” শব্দ কি অৰ্থত ব্যৱহাৰ কৰিছিল? (w১১-HI ৪/১৫ ২৮)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) ২কৰি ৩:১-১৮ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৬)

  • বাইবেল অধ্যয়ন: (৫ মি. বা কম) bh ৪৮ ¶৩-৪ (শিক্ষা অধ্যায় ৮)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৮৬

  • “যিহোৱাৰ শিক্ষা গ্ৰহণ কৰক”: (১৫ মি.) আলোচনা। যিহোৱাৰ শিক্ষাৰ দ্বাৰা আনন্দিত হওক নামৰ ভিডিঅʼখন দেখুৱাওক ।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৩ ¶৮-১৪

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৫৭ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক