মে’ ২০-২৬
২ কৰিন্থীয়া ১১-১৩
গীত ৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“পৌলৰ ‘শৰীৰত এটা কাঁইট’”: (১০ মি.)
২কৰি ১২:৭—পৌলে এনে এক সমস্যাৰ সন্মুখীন হৈছিল, যিয়ে বাৰে বাৰে এডাল কাঁইটে খোচাৰ দৰে অশান্তিজনক আছিল (w০৮-HI ৬/১৫ ৩-৪)
২কৰি ১২:৮, ৯—পৌলে যিহোৱা ঈশ্বৰক কাঁইট উলিয়াবলৈ প্ৰাৰ্থনা কৰিছিল, কিন্তু ঈশ্বৰে তেওঁৰ কাঁইট উলিয়াই নিদিলে (w০৭-HI ১/১ ১৬-১৭ ¶১৭-১৮)
২কৰি ১২:১০—পৌলে যিহোৱা ঈশ্বৰৰ পবিত্ৰ আত্মাৰ ওপৰত ভৰসা কৰাৰ বাবে সেৱা কাৰ্য্য সম্পূৰ্ণ কৰিব পাৰিছিল (w১৮.০১-HI ৯ ¶৮-৯)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
২কৰি ১২:২-৪—‘তৃতীয় স্বৰ্গ’ আৰু ‘পৰম-দেশৰ’ অৰ্থ কি? (w১৮.১২-HI ৮ ¶১০-১২)
২কৰি ১৩:১২—‘পবিত্ৰ চুমাৰ’ অৰ্থ কি হʼব পাৰে? (it-২-E ১৭৭)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) ২কৰি ১১:১-১৫ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।
প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ২)
প্ৰথম পুনৰ সাক্ষাৎ: (৫ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত বাইবেলে শিকায় কিতাপখনৰ পৰিচয় তুলি ধৰক। (শিক্ষা অধ্যায় ৪)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“‘শৰীৰত কাঁইট’ হোৱাৰ সত্ত্বেও আপুনি সফল হʼব পাৰে”: (১৫ মি.) আলোচনা। অন্ধবিলাকৰ চকু খোলা হব নামৰ ভিডিঅʼখন দেখুৱাওক। চকুৰে নেদেখা বা চকুৰে কম দেখা লোকসকলক কওক যে তেওঁলোকৰ বাবে ৪৭ ভাষাত ব্ৰেইল আৰু বেলেগ বেলেগ ফৰমেটত প্ৰকাশন উপলব্ধ আছে। প্ৰচাৰকসকলে ইয়াৰ বাবে সাহিত্য সেৱকক অনুৰোধ কৰিব পাৰে। মণ্ডলী বা ঘোষণা কাৰ্য্যত চকুৰে নেদেখা লোকসকলক সহায় কৰিবলৈ ভাই-ভনীসকলক উৎসাহিত কৰক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৪ ¶৭-৯, অতিৰিক্ত লেখ ১৯৭-১৯৯
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ৬৬ আৰু প্ৰাৰ্থনা