ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 জুন পৃষ্ঠা ২
  • জুন ৩-৯

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুন ৩-৯
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 জুন পৃষ্ঠা ২

জুন ৩-৯

গালাতীয়া ৪-৬

  • গীত ১৬ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “এক ‘ভাবাৰ্থ’ কাহিনী, যি আমাৰ বাবে অৰ্থ ৰাখে”: (১০ মি.)

    • গালা ৪:২৪, ২৫—হাগাৰে নিয়ম চুক্তিৰ অধীনত থকা ইস্ৰায়েলীসকলক চিত্ৰিত কৰে (it-১-E ১০১৮ ¶২)

    • গালা ৪:২৬, ২৭—চাৰাই “উৰ্দ্ধলোকত থকা যিৰূচালেম” অৰ্থাৎ যিহোৱা ঈশ্বৰৰ স্বৰ্গীয় সংগঠনক চিত্ৰিত কৰে (w১৪-HI ১০/১৫ ১০ ¶১১)

    • গালা ৪:২৮-৩১—আজ্ঞা পালন কৰা মানৱজাতিয়ে উৰ্দ্ধলোকত থকা যিৰূচালেমৰ ‘সন্তানবিলাকৰপৰা’ আশীৰ্ব্বাদ লাভ কৰে

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • গালা ৪:৬—ইব্ৰী বা অৰামী শব্দ আব্বাৰ অৰ্থ কি? (w০৯-E ৪/১ ১৩)

    • গালা ৬:১৭—পাঁচনি পৌলে হয়তো কি অৰ্থত “যীচুৰ নানা চিন লৈ ফুৰিছোঁ” বুলি কৈছিল? (w১০-E ১১/১ ১৫)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) গালা ৪:১-২০ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক: (১০ মি.) আলোচনা। শাস্ত্ৰপদ কেনেকৈ প্ৰয়োগ কৰিব পাৰি, তাক বৰ্ণনা কৰক নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শিক্ষা ব্ৰচাৰখনৰপৰা অধ্যায় ৬ আলোচনা কৰক।

  • ভাষণ: (৫ মি. বা কম) w১২-HI ৩/১৫ ৩০-৩১—বিষয়: খ্ৰীষ্টানসকলে অশ্লীল ছবি বা ভিডিঅ’ চোৱাৰপৰা কিয় আঁতৰি থকা উচিত? (শিক্ষা অধ্যায় ১৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১১০

  • মণ্ডলীৰ প্ৰয়োজনীয়তা: (৮ মি.)

  • সংগঠনে লাভ কৰা সফলতা: (৭ মি.) জুন মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৪ ¶১৩-২২

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১২০ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক