ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 জুলাই পৃষ্ঠা ৫
  • জুলাই ২২-২৮

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুলাই ২২-২৮
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 জুলাই পৃষ্ঠা ৫

জুলাই ২২-২৮

১ তীমথিয় ১-৩

  • গীত ১০৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “সৎকৰ্ম্মৰ বাবে পৰিশ্ৰম কৰক”: (১০ মি.)

    • [১ তীমথিয় কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

    • ১তীম ৩:১—ভাইসকলক অধ্যক্ষ হʼবলৈ উৎসাহিত কৰা হৈছে (w১৬.০৮-HI ২১ ¶৩)

    • ১তীম ৩:১৩—উত্তমৰূপে সেৱা কৰা ভাইসকলে বহুতো আশীৰ্ব্বাদ লাভ কৰে (km-E ৯/৭৮ ৪ ¶৭)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ১তীম ১:৩, ৪—পৌলে বংশাৱলিৰ ওপৰত মনোযোগ নিদিবলৈ তীমথিয়ক কিয় সাৱধান কৰিছিল? (it-১-E ৯১৪-৯১৫)

    • ১তীম ১:১৭—যিহোৱা ঈশ্বৰেই একমাত্ৰ ‘চিৰস্থায়ী ৰজা’ বুলি কিয় কʼব পাৰি? (cl-HI ১২ ¶১৫)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) ১তীম ২:১-১৫ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ২)

  • বাইবেল অধ্যয়ন: (৫ মি. বা কম) lv ৪৪ ¶ ৬-৭ (শিক্ষা অধ্যায় ৬)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৩৭

  • ৱাৰউইকত কাম কৰা ডেকা ভাই-ভনীসকলে যিহোৱাৰ নাম মহিমান্বিত কৰে: (৬ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

    ডেকা ভাই-ভনীসকলে ৱাৰউইকৰ বেথেলৰ নিৰ্মাণ কাৰ্য্যত কেনেকৈ সহায় কৰিছিল আৰু ইয়াৰপৰা তেওঁলোকে কেনেকৈ লাভৱান হৈছিল?

    ডেকা ভাই-ভনীসকলে যিহোৱা ঈশ্বৰক মহিমান্বিত কৰিবলৈ মণ্ডলীত কি কি সুযোগ আছে?

  • “তেওঁলোকৰপৰা আপুনি কি শিকিব পাৰে?”: (৯ মি.) আলোচনা। অভিজ্ঞতা থকা ভাইসকলক সন্মান কৰক নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৬ ¶১৫-২০

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১৬ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক