ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 জুলাই পৃষ্ঠা ৭
  • ঈশ্বৰীয় ভক্তি আৰু শাৰীৰিক প্ৰশিক্ষণ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰীয় ভক্তি আৰু শাৰীৰিক প্ৰশিক্ষণ
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 জুলাই পৃষ্ঠা ৭

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ঈশ্বৰীয় ভক্তি আৰু শাৰীৰিক প্ৰশিক্ষণ

এজনী ছোৱালীয়ে টেনিচ ৰেকেট লৈছে, এজন লʼৰাই বাস্কেট বল লৈছে আৰু এজন লʼৰাই বেচবল লৈছে

শাৰীৰিক প্ৰশিক্ষণ আমাৰ বাবে লাভজনক হয়। কিন্তু আধ্যাত্মিক প্ৰশিক্ষণৰ তুলনাত নিচেই কম। (১তীম ৪:৮) সেইবাবে, সত্য খ্ৰীষ্টানসকলে খেল-ধেমালি কৰাৰ ক্ষেত্ৰত ভাৰসাম্যতা বজাই ৰাখে।

খেল-ধেমালিৰ বিষয়ে আপুনি কি জনা উচিত? নামৰ হোৱাইট বোৰ্ড এনিমেশ্বনখন চাওক তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  1. লʼৰাবিলাকে একেলগে নাওঁ চলাইছে

    ১. খেল-ধেমালিৰপৰা আমি কি দক্ষতা লাভ কৰিব পাৰোঁ?

  2. সকলো ধৰণৰ খেলৰ বস্তুবোৰে এজন লʼৰাক হেঁচা মাৰি ধৰিছে

    ২. কিছুমান খেল-ধেমালি কৰাটো আমাৰ বাবে ভাল নে বেয়া, তাৰ বিষয়ে নিৰ্ণয় লʼবলৈ কি তিনিটা বিষয়ে সহায় কৰিব?

  3. এজনী খঙাল ছোৱালীয়ে বক্সিঙৰ বাবে গ্লবচ পিন্ধিছে

    ৩. কেনেধৰণৰ খেল-ধেমালি চোৱা বা খেলা উচিত, তাৰ বিষয়ে নিৰ্ণয় লʼবলৈ গীতমালা ১১:৫ পদে আমাক কেনেকৈ সহায় কৰিব?

  4. এজন গৰ্বী লʼৰাই আন লʼৰাবিলাকৰ আগত ফুটনি মাৰিছে

    ৪. ফিলিপীয়া ২:৩ আৰু হিতোপদেশ ১৬:১৮ পদটোক আমি খেল-ধেমালি কৰাৰ ক্ষেত্ৰত কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ?

  5. মণ্ডলীৰ সভা হৈ থকাৰ সময়ত এজনী ছোৱালীয়ে শুই আছে

    ৫. ফিলিপীয়া ১:৯, ১০ পদে, আমাক খেল-ধেমালি চোৱা বা খেলাত বেছিকৈ সময় অতিবাহিত কৰাৰপৰা বিৰত থাকিবলৈ কেনেকৈ সহায় কৰিব পাৰে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক