ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 আগষ্ট পৃষ্ঠা ৭
  • আগষ্ট ২৬–চেপ্টেম্বৰ ১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আগষ্ট ২৬–চেপ্টেম্বৰ ১
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 আগষ্ট পৃষ্ঠা ৭

আগষ্ট ২৬–চেপ্টেম্বৰ ১

ইব্ৰী ৪-৬

  • গীত ৫ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “আপুনি ঈশ্বৰৰ বিশ্ৰামত প্ৰৱেশ কৰিবলৈ যত্ন কৰক”: (১০ মি.)

    • ইব্ৰী ৪:১, ৪—ঈশ্বৰৰ বিশ্ৰাম দিনক চিনাক্ত কৰক (w১১-HI ৭/১৫ ২৪-২৫ ¶৩-৫)

    • ইব্ৰী ৪:৬—যিহোৱা ঈশ্বৰৰ আজ্ঞাকাৰী হৈ থাকক (w১১-HI ৭/১৫ ২৫ ¶৬)

    • ইব্ৰী ৪:৯-১১—আপোনাৰ দৃষ্টিত যি গুৰুত্বপূৰ্ণ, কেৱল তাকেই নকৰিব (w১১-HI ৭/১৫ ২৮ ¶১৬-১৭)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ইব্ৰী ৪:১২—এই পদৰ অনুসৰি “ঈশ্বৰৰ বাক্য” বুলিলে কি বুজায়? (w১৬.০৯-HI ১৩)

    • ইব্ৰী ৬:১৭, ১৮—এই পদত উল্লেখ কৰা “অলৰ দুই বিষয়” কি হয়? (it-১-E ১১৩৯ ¶২)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) ইব্ৰী ৫:১-১৪ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৬)

  • বাইবেল অধ্যয়ন: (৫ মি. বা কম) lv ২২৭ ¶৭-৮ (শিক্ষা অধ্যায় ১২)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৭৫

  • “ভাল কাৰ্য্য যি পাহৰিব নোৱাৰি”: (১৫ মি.) আলোচনা। বেথেল সেৱাৰ বাবে সাজু থাকক নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৮ ¶১১-২১

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ২৭ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক