ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 ছেপ্টেম্বৰ পৃষ্ঠা ৩
  • চেপ্টেম্বৰ ৯-১৫

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চেপ্টেম্বৰ ৯-১৫
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 ছেপ্টেম্বৰ পৃষ্ঠা ৩

চেপ্টেম্বৰ ৯-১৫

ইব্ৰী ৯-১০

  • গীত ১০ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “ভাবী মঙ্গলৰ ছায়াবিশিষ্ট”: (১০ মি.)

    • ইব্ৰী ৯:১২-১৪—ছাগ আৰু দামুৰিৰ তেজতকৈ খ্ৰীষ্টৰ তেজ উত্তম (it-১-E ৮৬২ ¶১)

    • ইব্ৰী ৯:২৪-২৬—খ্ৰীষ্টই এবাৰতেই সদায় কালৰ বাবে নিজৰ বলিদানৰ মূল্য ঈশ্বৰলৈ আগবঢ়ায় (cf-HI ১৮৩ ¶৪)

    • ইব্ৰী ১০:১-৪—নিয়মে দেখুৱায় যে ভৱিষ্যতে কিবা উত্তম হʼব (it-২-E ৬০২-৬০৩)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ইব্ৰী ৯:১৬, ১৭—এই পদবোৰৰ অৰ্থ কি? (w৯২-E ৩/১ ৩১ ¶৪-৬)

    • ইব্ৰী ১০:৫-৭—যীচুৱে কেতিয়া আৰু কি অৰ্থত এই শব্দবোৰ কৈছিল? (it-২-E ২৪৯-২৫০)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) ইব্ৰী ৯:১-১৪ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১)

  • প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ২)

  • প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত jw.org যোগাযোগৰ কাৰ্ডখন দিয়ক। (শিক্ষা অধ্যায় ১১)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৮৯

  • আমি আমাৰ সভাবোৰক মূল্যৱান বুলি গণ্য কৰোঁনে? (গীত ২৭:১১): (১২ মি.) ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

    • আমাৰ মহা-পুৰোহিত যীচু খ্ৰীষ্টৰ সেৱা কাৰ্য্যৰপৰা আমি কেনেকৈ লাভৱান হʼব পাৰোঁ?

    • আমি কি তিনিটা উপায়েৰে মূল্যাংকন দেখুৱাব পাৰোঁ?

  • সভাবোৰত মনোযোগ দিয়ক: (৩ মি.) ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত লʼৰা-ছোৱালীক সোধক যে তেওঁলোকে সভাবোৰত কিয় মনোযোগ দিয়া উচিত।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৯ ¶১-৯

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৭৭ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক