চেপ্টেম্বৰ ১৬-২২
ইব্ৰী ১১
গীত ১১৯ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“বিশ্বাসৰ গুৰুত্বতা”: (১০ মি.)
ইব্ৰী ১১:১—বিশ্বাস কি হয়? (w১৬.১০-HI ২৭ ¶৬)
ইব্ৰী ১১:৬—ঈশ্বৰক আনন্দিত কৰিবলৈ বিশ্বাসৰ প্ৰয়োজন (w১৩-E ১১/১ ১১ ¶২-৫)
ইব্ৰী ১১:৩৩-৩৮—বিশ্বাস থকাৰ বাবে ঈশ্বৰৰ সেৱকসকলে কঠিন পৰিস্থিতিবোৰ সন্মুখীন হʼব পাৰিছিল (w১৬.১০-HI ২৩ ¶১০-১১)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
ইব্ৰী ১১:৪—হেবলৰ কিয় দৃঢ় বিশ্বাস আছিল? (it-১-E ৮০৪ ¶৫)
ইব্ৰী ১১:৫—হনোকৰ দৃঢ় বিশ্বাসৰ বাবে যিহোৱা ঈশ্বৰে কি পুৰস্কাৰ দিছিল? (wp১৭.১-HI ১২-১৩)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) ইব্ৰী ১১:১-১৬ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।
প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৩)
প্ৰথম পুনৰ সাক্ষাৎ: (৫ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। গৃহস্থক সভাৰ বাবে নিমন্ত্ৰণ পত্ৰখন দিয়ক আৰু যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত কি হয়? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ১১)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“আপুনি খৰাং বছৰত কি কৰিব?”: (১৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৯ ¶১০-১৮
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ৫৩ আৰু প্ৰাৰ্থনা