চেপ্টেম্বৰ ২৩-২৯
ইব্ৰী ১২-১৩
গীত ৮৮ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“অনুশাসন—যিহোৱা ঈশ্বৰৰ প্ৰেমৰ প্ৰমাণ”: (১০ মি.)
ইব্ৰী ১২:৫—অনুশাসন পালে কেতিয়াও নিৰাশ নহʼব (w১২-HI ৩/১৫ ২৯ ¶১৮)
ইব্ৰী ১২:৬, ৭—যিহোৱা ঈশ্বৰে প্ৰেম কৰা লোকসকলক অনুশাসন দিয়ে (w১২-E ৭/১ ২১ ¶৩)
ইব্ৰী ১২:১১—হয়তো অনুশাসনে কেতিয়াবা আমাক আঘাত দিব পাৰে, কিন্তু ইয়ে আমাক এজন ভাল খ্ৰীষ্টান হʼবলৈ সহায় কৰে (w১৮.০৩-HI ৩২ ¶১৮)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
ইব্ৰী ১২:১—‘মেঘৰূপ সাক্ষীৰ’ উদাহৰণে আমাক কেনেকৈ উৎসাহিত কৰে? (w১১-HI ৯/১৫ ১৭-১৮ ¶১১)
ইব্ৰী ১৩:৯—এই পদৰ অৰ্থ কি? (w৯০-HI ১/১ ২২ ¶১০)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) ইব্ৰী ১২:১-১৭ (শিক্ষা অধ্যায় ১১)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।
দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ২)
বাইবেল অধ্যয়ন: (৫ মি. বা কম) lv ৩৯-৪০ ¶১৯ (শিক্ষা অধ্যায় ৬)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
আমাৰ অসিদ্ধতাৰ বাবে ধৈৰ্য্য ধৰাৰ প্ৰয়োজন: (৫ মি.) ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
বাপ্তিষ্মা লোৱাৰ পাছত ভাই কাচাৰচে কিহৰ বাবে সংঘৰ্ষ কৰিবলগীয়া হৈছিল?
তেওঁক কেনেকৈ অনুশাসন দিয়া হৈছিল?
মণ্ডলীৰ প্ৰয়োজনীয়তা: (১০ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অতিৰিক্ত লেখ ২১৮-২১৯
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ১২৯ আৰু প্ৰাৰ্থনা