চেপ্টেম্বৰ ৩০–অক্টোবৰ ৬
যাকোব ১-২
গীত ১২২ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“পাপ আৰু মৃত্যুৰ পথ”: (১০ মি.)
[যাকোব কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]
যাকো ১:১৪—অসৎ চিন্তাই সহজে অনুচিত কাৰ্য্য কৰিবলৈ উৎসাহিত কৰে (g১৭.৪-HI ১৪)
যাকো ১:১৫—অসৎ অভিলাষে পাপ আৰু মৃত্যু কঢ়িয়াই আনে (g১৭.৪-HI ১৪)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
যাকো ১:১৭—যিহোৱা ঈশ্বৰক কিয় “জ্যোতিঃবিলাকৰ” পিতৃ বুলি কোৱা হৈছে? (it-২-E ২৫৩-২৫৪)
যাকো ২:৮—“ৰাজকীয় ব্যৱস্থা” বুলিলে কি বুজায়? (it-২-E ২২২¶৪)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) যাকো ২:১০-২৬ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
তৃতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) নিজাকৈ এটা শাস্ত্ৰপদ নিৰ্ব্বাচন কৰক আৰু গৃহস্থক সভাৰ বাবে নিমন্ত্ৰণ কৰক। (শিক্ষা অধ্যায় ৩)
তৃতীয় পুনৰ সাক্ষাৎ: (৪ মি বা কম) নিজাকৈ এটা শাস্ত্ৰপদ নিৰ্ব্বাচন কৰক আৰু অধ্যয়নৰ বাবে কোনো এখন প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ১২)
বাইবেল অধ্যয়ন: (৫ মি. বা কম) bh ২৮-২৯ ¶৪-৫ (শিক্ষা অধ্যায় ১৩)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“সেই সকলোৰে আলোচনা কৰা”: (৮ মি.) আলোচনা। নিষ্ঠা বজাই ৰখাত বাধা দিয়া মনোৰঞ্জনৰপৰা আঁতৰি থাকক নামৰ ভিডিঅʼখন দেখুৱাওক।
পিতৃ-মাতৃসকল—কিশোৰ-কিশোৰীসকলক চেক্সটিং কৰাৰপৰা আঁতৰি থাকিবলৈ প্ৰস্তুত কৰক: (৭ মি.) নবেম্বৰ, ২০১৩ চনৰ সচেতন থাকক! পৃষ্ঠা ৪-৫ আলোচনীখনৰপৰা এজন প্ৰাচীনৰ দ্বাৰা ভাষণ।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১০ ¶১-৯
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ৬৪ আৰু প্ৰাৰ্থনা