অক্টোবৰ ২১-২৭
১ পিতৰ ৩-৫
গীত ১৪ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“সকলোৰে শেষ ওচৰ চাপিছে”: (১০ মি.)
১পিত ৪:৭—“প্ৰাৰ্থনাৰ কাৰণে সুবোধ আৰু সচেতন হোৱা” (w১৩-HI ১১/১৫ ৩ ¶১)
১পিত ৪:৮—“তোমালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা” (w৯৯-HI ৪/১৫ ২২ ¶৩)
১পিত ৪:৯—“ওজৰ নকৰাকৈ পৰস্পৰে অতিথি-সেৱাত আসক্ত হোৱা” (w১৮.০৩-HI ১৪-১৫ ¶২-৩)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
১পিত ৩:১৯, ২০—যীচুৱে কেতিয়া আৰু কেনেকৈ ‘কয়দত থকা আত্মাবিলাকক’ প্ৰচাৰ কৰিছিল? (w১৩-HI ৬/১৫ ২৩)
১পিত ৪:৬—‘মৃতজন’ কোন, যাক “শুভবাৰ্ত্তা প্ৰচাৰ কৰা” হৈছিল? (w০৮-HI ১১/১৫ ২১ ¶৮)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) ১পিত ৩:৮-২২ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।
প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৬)
প্ৰথম পুনৰ সাক্ষাৎ: (৫ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। বাইবেল কিয় অধ্যয়ন কৰা উচিত? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক আৰু আলোচনা কৰক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ৮)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“পবিত্ৰ আচৰণ আৰু গভীৰ সন্মানেৰে অন্তৰ জয় কৰক”: (১৫ মি.) আলোচনা। আমাৰ বোজা কঢ়িয়াবলৈ যিহোৱা ঈশ্বৰে সহায় কৰে নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১১ ¶১০-১৪
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ১১৫ আৰু প্ৰাৰ্থনা