ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 নৱেম্বৰ পৃষ্ঠা ২
  • নৱেম্বৰ ৪-১০

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নৱেম্বৰ ৪-১০
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 নৱেম্বৰ পৃষ্ঠা ২

নৱেম্বৰ ৪-১০

১ যোহন ১-৫

  • গীত ১২২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “জগত বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিব”: (১০ মি.)

    • [১ যোহন কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

    • ১যোহ ২:১৫, ১৬—“জগতৰ যি সকলো আছে . . . জগতৰ পৰাহে হয়,” পিতৃৰ ফালৰপৰা নহয় (w০৫-HI ১/১ ১০ ¶১৩)

    • ১যোহ ২:১৭—জগত আৰু তাৰ অভিলাষ গুচি যাব ধৰিছে (w১৩-HI ৮/১৫ ২৭ ¶১৮)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ১যোহ ২:৭, ৮—যোহনে উল্লেখ কৰা আজ্ঞাই কেনেকৈ নতুন আৰু পুৰণি দুয়োটাকে বুজায়? (w১৩-HI ৯/১৫ ১০ ¶১৪)

    • ১যোহ ৫:১৬, ১৭—“মৃত্যুজনক নোহোৱা পাপ” কি হয়? (it-১-E ৮৬২ ¶৫)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) ১যোহ ১:১–২:৬ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক: (১০ মি.) আলোচনা। উৎসাহ নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শিক্ষা ব্ৰচাৰখনৰপৰা অধ্যায় ১১ আলোচনা কৰক।

  • ভাষণ: (৫ মি. বা কম) w০৪-HI ১০/১ ২৯—বিষয়: ১ যোহন ৪:১৮ পদত যোহনে কৈছিল, “সিদ্ধ প্ৰেমে ভয়ক দূৰ কৰে।” যোহনে কি অৰ্থত এইদৰে কৈছিল? (শিক্ষা অধ্যায় ৭)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৩২

  • “বিবাহৰ আয়োজনত জগতৰ প্ৰভাৱ পৰিবলৈ নিদিব”: (১৫ মি.) আলোচনা। যিহোৱাৰ মহিমাম্বিত হোৱা বিবাহ নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১২ ¶১-৯

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৩৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক