ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 নৱেম্বৰ পৃষ্ঠা ৩
  • বিবাহ আয়োজনত জগতৰ প্ৰভাৱ পৰিবলৈ নিদিব

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বিবাহ আয়োজনত জগতৰ প্ৰভাৱ পৰিবলৈ নিদিব
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 নৱেম্বৰ পৃষ্ঠা ৩
বিবাহত পৰিয়ালৰ ফটো

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

বিবাহৰ আয়োজনত জগতৰ প্ৰভাৱ পৰিবলৈ নিদিব

এজন খ্ৰীষ্টান দম্পতীয়ে নিজৰ বিবাহৰ আয়োজনৰ বাবে বহুতো নিৰ্ণয় লʼবলগীয়া হয়। তেওঁলোকে হয়তো সম্প্ৰদায়ৰ অনুসৰি বিবাহত অতিমাত্ৰা খৰচ কৰিবলৈ হেঁচাৰ অনুভৱ কৰিব পাৰে। বিবাহত কি কি জড়িত কৰা উচিত, তাৰ বিষয়ে বন্ধুবৰ্গ আৰু পৰিয়ালৰ লোকসকলে হয়তো বহুতো মতামত দিব পাৰে। এহাল দম্পতীয়ে যাতে শুদ্ধ বিবেক বজাই ৰাখিব পাৰে আৰু কোনো অনুশোচনা নকৰে, তাৰ বাবে বাইবেলৰ কোনবোৰ সিদ্ধান্তই তেওঁলোকৰ বিশেষ দিনৰ বাবে আয়োজন কৰিবলৈ সহায় কৰিব?

যিহোৱাৰ মহিমাম্বিত হোৱা বিবাহ নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • নিম্নলিখিত বাইবেলৰ সিদ্ধান্তই নিক আৰু জুলীয়ানাক কেনেকৈ সহায় কৰিছিল?

    • ১কৰি ১০:৩১

    • ১যোহ ২:১৫, ১৬

    • গালা ৫:১৯-২১

    • ১তীম ২:৯

  • বিবাহৰ আয়োজন কৰা দম্পতীয়ে ‘ভোজৰ গৰাকীৰ’ বাবে কিয় এজন আধ্যাত্মিকভাৱে পৰিপক্ক ভাইক বাছনি কৰা উচিত?—যোহ ২:৯, ১০.

  • বিবাহৰ বাবে নিক আৰু জুলীয়ানাই ব্যক্তিগতভাৱে বাছনি কৰাৰ কাৰণ কি কি আছিল?

  • বিবাহ অনুষ্ঠান আৰু ভোজনৰ ব্যৱস্থা কৰাৰ শেষ নিৰ্ণয় কোনে লʼব?—w০৬-HI ১১/১ ১৮ ¶১০

বিবাহ কৰিবলৈ আয়োজন কৰা দম্পতীয়ে ইলেকট্ৰনিক টেবলেট, কাগজ, প্ৰাৰ্থনাৰ যোগেদি অনুসন্ধান কৰিছে, বিবাহৰ আয়োজনৰ বিষয়ে পিতৃ-মাতৃৰ লগত আলোচনা কৰিছে আৰু বিবাহৰ নিমত্ৰণ-পত্ৰ আন পৰিয়াললৈ পঠিয়াইছে
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক