ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 নৱেম্বৰ পৃষ্ঠা ৫
  • ‘তোমাৰ কৰ্ম্ম মই জানো’

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘তোমাৰ কৰ্ম্ম মই জানো’
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • খ্ৰীষ্টই তেওঁৰ মণ্ডলীক নেতৃত্ব কৰে
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যিহোৱাই মণ্ডলীৰ চোৱা-চিতা কেনেকৈ কৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • প্ৰাচীনসকলে কেনেকৈ মণ্ডলীক সহায় কৰে?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 নৱেম্বৰ পৃষ্ঠা ৫

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | প্ৰকাশিত বাক্য ১-৩

‘তোমাৰ কৰ্ম্ম মই জানো’

১:২০; ২:১, ২

  • দুজন প্ৰাচীনে এজন ভাইৰ লগত কথা পাতিছে; যীচুৱে সাতোটা তৰা ধৰি আছে

    “সাতোটা তৰা”: অভিষিক্ত প্ৰাচীন আৰু আন প্ৰাচীনসকল

  • “মোৰ [যীচুৰ] সোঁ হাতত”: তৰাবিলাক যীচুৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত থাকে। তেওঁৰপৰা তৰাবিলাকে শক্তি আৰু নিৰ্দেশনা লাভ কৰে। যদি প্ৰাচীন গোষ্ঠীৰ কোনোবা এজনক শুধৰণিৰ প্ৰয়োজন হয়, তেনেহʼলে যীচুৱে লক্ষ্য কৰিব যে এই কাৰ্য্য তেওঁৰ সময় আৰু দৃষ্টিভংগী অনুসৰি কৰিছে নে নাই

  • ‘সাতোটা সোণৰ দীপাধাৰ: খ্ৰীষ্টান মণ্ডলী। যেনেকৈ দীপাধাৰে মন্দিৰ পোহৰ কৰি তোলে, তেনেকৈ খ্ৰীষ্টান মণ্ডলীয়ে আধ্যাত্মিক পোহৰ দি আছে। (মথি ৫:১৪) যীচুৱে দীপাধাৰৰ লগত “অহা-যোৱা” কৰি সকলো মণ্ডলীৰ কাৰ্য্য চোৱা-চিতা কৰে যীচুৱে দীপাধাৰৰ লগত “অহা-যোৱা” কৰে আৰু সকলো মণ্ডলীৰ কাম-কাজৰ তত্ত্বাৱধান লয়

এই দৰ্শনে আপোনাক কেনেকৈ সহায় কৰে . . .

  • যেতিয়া প্ৰাচীনে আপোনাক নিৰ্দেশনা বা পৰামৰ্শ দিয়ে?

  • যদি আপুনি আপোনাৰ মণ্ডলীত অন্যায় বা সমস্যাবোৰ লক্ষ্য কৰে?

  • প্ৰতিটো সুযোগতে শুভবাৰ্ত্তা ঘোষণা কৰাত ভাগ লʼবলৈ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক