ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 ডিচেম্বৰ পৃষ্ঠা ৪
  • ডিচেম্বৰ ১৬-২২

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ডিচেম্বৰ ১৬-২২
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 ডিচেম্বৰ পৃষ্ঠা ৪

ডিচেম্বৰ ১৬-২২

প্ৰকাশিত বাক্য ১৩-১৬

  • গীত ৫৫ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “হিংস্ৰ পশুবোৰক ভয় নাখাব”: (১০ মি.)

    • প্ৰকা ১৩:১, ২—সাতোতা মূৰ আৰু সাতোতা শিং থকা এটা পশুক, নাগে অধিকাৰ দিছে (w১২-HI ৬/১৫ ৮-৯ ¶৬)

    • প্ৰকা ১৩:১১, ১৫—দুটা শিং থকা পশুৱে প্ৰথম পশুৰ প্ৰতিমূৰ্ত্তিক প্ৰাণ-বায়ু দিলে (re-E ১৯৪ ¶২৬; ১৯৫ ¶৩০-৩১)

    • প্ৰকা ১৩:১৬, ১৭—পশুৰ ছাব গ্ৰহণ নকৰিব (w০৯-HI ২/১৫ ৪ ¶২)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • প্ৰকা ১৬:১৩, ১৪—‘সৰ্ব্বশক্তিমান ঈশ্বৰৰ সেই মহা-দিনৰ যুদ্ধৰ’ বাবে ৰাষ্ট্ৰবোৰক কেনেকৈ একত্ৰিত কৰা হʼব? (w০৯-HI ২/১৫ ৪ ¶৫)

    • প্ৰকা ১৬:২১—চয়তানৰ জগত শেষ হোৱাৰ আগমুহূৰ্তত আমি কি বাৰ্ত্তা ঘোষণা কৰিম? (w১৫-HI ৭/১৫ ১৬ ¶৯)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) প্ৰকা ১৬:১-১৬ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ২)

  • প্ৰথম পুনৰ সাক্ষাৎ: (৫ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। তাৰ পাছত বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক আৰু আলোচনা কৰক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ১১)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ২১

  • নিৰপেক্ষতা বজাই ৰাখক: (১৫ মি.) আলোচনা। চিন্তা-ভাৱনা আৰু কাৰ্য্যত নিৰপেক্ষ হৈ থাকক নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্নটো সোধক: আপুনি সামাজিক আৰু ৰাজনৈতিক বিষয়ত কেনেকৈ নিৰপেক্ষ হৈ থাকিব? তাৰ পাছত ৰাজহুৱা কাৰ্য্যক্ৰমত নিৰপেক্ষতা বজাই ৰাখক নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্নটো সোধক: আপুনি সেই পৰিস্থিতিৰ বাবে কেনেকৈ প্ৰস্তুতি কৰিব পাৰে, যেতিয়া আপোনাৰ নিৰপেক্ষতাৰ পৰীক্ষা হʼব?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৪ ¶১০-১৬

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৩১ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক