ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 ডিচেম্বৰ পৃষ্ঠা ৫
  • ডিচেম্বৰ ২৩-২৯

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ডিচেম্বৰ ২৩-২৯
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 ডিচেম্বৰ পৃষ্ঠা ৫

ডিচেম্বৰ ২৩-২৯

প্ৰকাশিত বাক্য ১৭-১৯

  • গীত ১৪৯ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “ঈশ্বৰৰ যুদ্ধই সকলো যুদ্ধ শেষ কৰিব”: (১০ মি.)

    • প্ৰকা ১৯:১১, ১৪-১৬—যীচু খ্ৰীষ্টই ঈশ্বৰৰ ধাৰ্ম্মিক ন্যায়ক পূৰ কৰিব (w০৮-E ৪/১ ৮ ¶৩-৪; it-১-E ১১৪৬ ¶১)

    • প্ৰকা ১৯:১৯, ২০—পশু আৰু মিছা ভৱিষ্যতবক্তাক বিনাশ কৰা হʼব (re-E ২৮৬ ¶২৪)

    • প্ৰকা ১৯:২১—ঈশ্বৰৰ সাৰ্ব্বভৌমত্ত্বৰ বিৰোধ কৰা সকলো মানুহৰ বিনাশ হʼব (re-E ২৮৬ ¶২৫)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • প্ৰকা ১৭:৮—বৰ্ণনা কৰক যে পশু কেনেকৈ “আছিল, কিন্তু সম্প্ৰতি নাই, পাছে উপস্থিত হব।” (re-E ২৪৭-২৪৮ ¶৫-৬)

    • প্ৰকা ১৭:১৬, ১৭—আমি কেনেকৈ জানিব পাৰোঁ যে মিছা ধৰ্ম্ম সহজে নাইকিয়া নহʼব? (w১২-HI ৬/১৫ ১৮ ¶১৭)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) প্ৰকা ১৭:১-১১ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৮)

  • বাইবেল অধ্যয়ন: (৫ মি. বা কম) jl পাঠ ৮ (শিক্ষা অধ্যায় ১৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৫০

  • মোক সাহস দিয়া: (১৫ মি.) আলোচনা। মোক সাহস দিয়া মূল গীতটি দেখুৱাওক। তাৰ পাছত তলৰ প্ৰশ্নবোৰ আলোচনা কৰক: জীৱনৰ কেনে পৰিস্থিতিত সাহসৰ প্ৰয়োজন? বাইবেলৰ কোনটো ঘটনাই আপোনাক সাহস দিয়ে? আমাৰ লগত কোন আছে? সকলোকে থিয় হৈ “মোক সাহস দিয়া” গীতটি গাবলৈ অনুৰোধ কৰাৰ যোগেদি ভাগটো সমাপ্ত কৰক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৪ ¶১৭-২১

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১৩৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক