ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 ডিচেম্বৰ পৃষ্ঠা ৬
  • ডিচেম্বৰ ৩০, ২০১৯–জানুৱাৰী ৫, ২০২০

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ডিচেম্বৰ ৩০, ২০১৯–জানুৱাৰী ৫, ২০২০
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 ডিচেম্বৰ পৃষ্ঠা ৬

ডিচেম্বৰ ৩০, ২০১৯–জানুৱাৰী ৫, ২০২০

প্ৰকাশিত বাক্য ২০-২২

  • গীত ১৪৬ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “চোৱা, মই সকলোকে নতুন কৰোঁ”: (১০ মি.)

    • প্ৰকা ২১:১—“প্ৰথম আকাশ-মণ্ডল আৰু প্ৰথম পৃথিবী গুচিল” (re-E ৩০১ ¶২)

    • প্ৰকা ২১:৩, ৪—“প্ৰথমবোৰ গুচিল” (w১৩-HI ১২/১ ১১ ¶২-৪)

    • প্ৰকা ২১:৫—যিহোৱাৰ প্ৰতিজ্ঞা বিশ্বাসযোগ্য (w০৩ ৮/১ ১১ ¶১৪)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • প্ৰকা ২০:৫—কি অৰ্থত, হাজাৰ বছৰ পূৰ নহয় মানে “মৃত্যুবিলাকৰ অৱশিষ্ট লোক” জীৱিত হোৱা নাই? (it-২-E ২৪৯ ¶২)

    • প্ৰকা ২০:১৪, ১৫—‘অগ্নি সৰোবৰ’ বুলিলে কি বুজায়? (it-২-E ১৮৯-১৯০)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) প্ৰকা ২০:১-১৫ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • তৃতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) নিজাকৈ এটা শাস্ত্ৰপদ নিৰ্ব্বাচন কৰক আৰু গৃহস্থক সভাৰ বাবে নিমন্ত্ৰণ-পত্ৰখন দিয়ক। (শিক্ষা অধ্যায় ৩)

  • তৃতীয় পুনৰ সাক্ষাৎ: (৪ মি বা কম) নিজাকৈ এটা শাস্ত্ৰপদ নিৰ্ব্বাচন কৰক আৰু অধ্যয়নৰ বাবে কোনো এখন প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ৯)

  • বাইবেল অধ্যয়ন: (৫ মি. বা কম) jl পাঠ ১২ (শিক্ষা অধ্যায় ৬)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৫৭

  • “ঘোষণা কাৰ্য্যত আমাৰ দক্ষতা উন্নতি কৰা—পৰিস্থিতিৰ লগত নিজকে খাপ খোৱাওক”: (১৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৫ ¶১-১০

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৩১ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক