ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 ফেব্ৰুৱাৰী পৃষ্ঠা ৮
  • ফেব্ৰুৱাৰী ২৪–মাৰ্চ ১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ফেব্ৰুৱাৰী ২৪–মাৰ্চ ১
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 ফেব্ৰুৱাৰী পৃষ্ঠা ৮

ফেব্ৰুৱাৰী ২৪–মাৰ্চ ১

আদিপুস্তক ২০-২১

  • গীত ১০৮ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যিহোৱা সদায় নিজৰ প্ৰতিজ্ঞা পূৰ কৰে”: (১০ মি.)

    • আদি ২১:১-৩—চাৰা গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে (wp১৭.৫-HI ১৪-১৫)

    • আদি ২১:৫-৭—যি অসম্ভৱ আছিল, যিহোৱাই তাক সম্ভৱ কৰি তুলিলে

    • আদি ২১:১০-১২, ১৪—অব্ৰাহাম আৰু চাৰাৰ সম্পূৰ্ণ বিশ্বাস আছিল যে ইচহাকৰ বিষয়ে যিহোৱাই যিবোৰ প্ৰতিজ্ঞা কৰিছে, সেইবোৰ নিশ্চয় পূৰ হʼব

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • আদি ২০:১২—চাৰা কেনেকৈ অব্ৰাহামৰ ভনী আছিল? (wp১৭.৩-HI ১২)

    • আদি ২১:৩৩—অব্ৰাহামে কেনেকৈ “যিহোৱাৰ নামেৰে” প্ৰাৰ্থনা কৰিছিল? (w৮৯-E ৭/১ ২০ ¶৯)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) আদি ২০:১-১৮ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: প্ৰচাৰকজনে কেনেকৈ শাস্ত্ৰপদৰ ব্যৱহাৰিক শিক্ষা স্পষ্ট কৰিছে? বাইবেলে কি শিকায়, তাৰ বিষয়ে জানিবলৈ আগ্ৰহ দেখুৱা লোকসকলৰ বাবে এই আৰ্হি কেনেকৈ এক ভাল উদাহৰণ আছিল?

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৪)

  • বাইবেল অধ্যয়ন: (৫ মি. বা কম) bh ৩৪ ¶১৯-২০ (শিক্ষা অধ্যায় ৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১১১

  • বছেৰেকীয়া সেৱা ৰিপৰ্ট: (১৫ মি.) এজন প্ৰাচীনৰ দ্বাৰা ভাষণ। শাখা কাৰ্য্যালয়ৰপৰা অহা বছেৰেকীয়া সেৱা ৰিপৰ্টটো পঢ়াৰ পাছত আগতিয়াকৈ নিৰ্ব্বাচন কৰি ৰখা কেইজনমান প্ৰচাৰকৰ সাক্ষাৎকাৰ লওক, যিয়ে বিগত সেৱা বছৰত, ঘোষণা কাৰ্য্য কৰাৰ সময়ত কিছুমান ভাল অনুভৱ লাভ কৰিবলৈ সক্ষম হৈছিল।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৭ ¶৯-১৫

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ১৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক