ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 মাৰ্চ পৃষ্ঠা ২
  • মাৰ্চ ২-৮

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্চ ২-৮
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 মাৰ্চ পৃষ্ঠা ২

মাৰ্চ ২-৮

আদিপুস্তক ২২-২৩

  • গীত ৮৯ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “ঈশ্বৰে অব্ৰাহামৰ পৰীক্ষা কৰে”: (১০ মি.)

    • আদি ২২:১, ২—ঈশ্বৰে অব্ৰাহামক তেওঁৰ একমাত্ৰ পুত্ৰ ইচহাকক বলিদান দিবলৈ কৈছিল (w১২-HI ৭/১ ২০ ¶৪-৬)

    • আদি ২২:৯-১২—অব্ৰাহামে ইচহাকক হত্যা কৰাৰপৰা যিহোৱাই ৰক্ষা কৰিলে

    • আদি ২২:১৫-১৮—অব্ৰাহামে আজ্ঞাকাৰী হোৱাৰ বাবে যিহোৱাই তেওঁক আশীৰ্বাদ দিম বুলি প্ৰতিজ্ঞা কৰিছিল (w১২-HI ১০/১৫ ২৩ ¶৬)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • আদি ২২:৫—যদিও অব্ৰাহামে ইচহাকক বলিদান দিয়া হʼব বুলি জানিছিল, তথাপিও তেওঁ কিহৰ আধাৰত কʼব পাৰিছিল যে তেওঁ আৰু ইচহাকে নিজৰ দাসবিলাকৰ ওচৰলৈ পুনৰ ঘূৰি আহিব? (w১৬.০২-HI ১১ ¶১৩)

    • আদি ২২:১২—এই পদৰপৰা কেনেকৈ বুজিব পাৰি যে যিহোৱাই নিজৰ পূৰ্বজ্ঞানক বুদ্ধিমতাৰে ব্যৱহাৰ কৰে? (it-১-E ৮৫৩ ¶৫-৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) আদি ২২:১-১৮ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক: (১০ মি.) আলোচনা। সম্পূৰ্ণ নিশ্চয়তাৰে প্ৰকাশ কৰক নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শিক্ষা ব্ৰচাৰখনৰপৰা অধ্যায় ১৫ আলোচনা কৰক।

  • ভাষণ: (৫ মি. বা কম) ) it-১-E ৬০৪ ¶৫—বিষয়: খ্ৰীষ্টৰ মৃত্যু হোৱাৰ আগতে অব্ৰাহামক কেনেকৈ ধাৰ্মিক বুলি ঘোষণা কৰিব পাৰিছিল? (শিক্ষা অধ্যায় ৭)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৪

  • আজ্ঞা পালনৰ দ্বাৰা সুৰক্ষা: (১৫ মি.) ২০১৭ চনৰ বাৰ্ষিক সভা—ভাষণ আৰু ২০১৮ চনৰ বাৰ্ষিক পাঠ—এক আভাস নামৰ ভিডিঅʼখন চাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৭ ¶১৬-২০

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ৪১ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক