ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 মাৰ্চ পৃষ্ঠা ৩
  • মাৰ্চ ৯-১৫

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্চ ৯-১৫
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 মাৰ্চ পৃষ্ঠা ৩

মাৰ্চ ৯-১৫

আদিপুস্তক ২৪

  • গীত ১৩২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “ইচহাকৰ বাবে পত্নী”: (১০ মি.)

    • আদি ২৪:২-৪—অব্ৰাহামে যিহোৱাৰ উপাসকসকলৰ মাজৰপৰা ইচহাকৰ বাবে এগৰাকী পত্নী বিচাৰি আনিবলৈ নিজৰ দাসবিলাকক পঠিয়াইছিল (wp১৬.৩-E ১৪ ¶৩)

    • আদি ২৪:১১-১৫—এটা নাদৰ কাষত অব্ৰাহামৰ দাসবিলাকে ৰিবেকাক লগ পালে (wp১৬.৩-E ১৪ ¶৪)

    • আদি ২৪:৫৮, ৬৭—ৰিবেকাই ইচহাকৰ লগত বিয়া হʼবলৈ সন্মত হʼল (wp১৬.৩-E ১৪ ¶৬-৭)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • আদি ২৪:১৯, ২০—এই পদৰপৰা ৰিবেকাৰ কাৰ্য্যৰ বিষয়ে আমি কি শিকিব পাৰোঁ? (wp১৬.৩-E ১২-১৩)

    • আদি ২৪:৬৫—ৰিবেকাই কিয় তাইৰ মূৰ ঢাকিছিল আৰু ইয়াৰপৰা আমি কি শিক্ষা লাভ কৰোঁ? (wp১৬.৩-E ১৫ ¶৩)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) আদি ২৪:১-২১ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: প্ৰচাৰকজনে কেনেকৈ প্ৰশ্নবোৰ ভালদৰে ব্যৱহাৰ কৰিছে? যীচুৰ চিনাক্তৰ বিষয়ে গৃহস্থই দিয়া উত্তৰৰ প্ৰতি প্ৰচাৰকজনে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল?

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১)

  • প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি , তাক দেখুৱাওক। (শিক্ষা অধ্যায় ১২)

  • স্মৰণীয় দিনৰ নিমন্ত্ৰণ-পত্ৰ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। গৃহস্থই আগ্ৰহ দেখুৱায়। যীচুৰ মৃত্যুক সোঁৱৰণ কৰক নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক আৰু আলোচনা কৰক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ১১)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ২৫

  • মাৰ্চ ১৪, শনিবাৰৰপৰা স্মৰণীয় দিনৰ অভিযান: (৮ মি.) আলোচনা। প্ৰতিজন শ্ৰোতাকে একোখনকৈ নিমন্ত্ৰণ-পত্ৰ দিয়ক আৰু পুনৰালোচনা কৰক। আলোচনাৰ বাবে আৰ্হি ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক। মণ্ডলীৰ প্ৰচাৰ এলেকাত কেনেকৈ এই নিমন্ত্ৰণ-পত্ৰ বিতৰণ কৰা হʼব, তাৰ বিষয়ে বৰ্ণনা কৰক।

  • “মই কাক নিমন্ত্ৰণ কৰিম?”: (৭ মি.) আলোচনা।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৮ ¶১-৭

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ৫২ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক