জুন ১-৭
আদিপুস্তক ৪৪-৪৫
গীত ১৩০ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যোচেফে নিজৰ ককায়েকহঁতক ক্ষমা কৰিলে”: (১০ মি.)
আদি ৪৪:১, ২—যোচেফে নিজৰ ককায়েকহঁতক পৰীক্ষা কৰিলে (w১৫-HI ৭/১ ১৪-১৫)
আদি ৪৪:৩৩, ৩৪—যিহূদাই বিন্যামীনক এৰি দিবলৈ যোচেফক অনুৰোধ কৰিলে
আদি ৪৫:৪, ৫—যোচেফে নিজৰ ককায়েকহঁতক ক্ষমা কৰাৰ যোগেদি যিহোৱাক অনুকৰণ কৰিলে
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
আদি ৪৪:১৩—যেতিয়া কোনোবাই নিজৰ কাপোৰ ছিৰে, ইয়াৰ অৰ্থ কি হয়? (it-২-E ৮১৩)
আদি ৪৫:৫-৮—অন্যায় হোৱাৰ সত্ত্বেও বিশ্বাসী হৈ থাকিবলৈ কিহে আমাক সহায় কৰিব পাৰে? (w০৪ ৯/১ ১১ ¶১৫)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) আদি ৪৫:১-১৫ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক: (১০ মি.) আলোচনা। শ্ৰোতাসকলে যাতে শিক্ষা লাভ কৰিব পাৰে নামৰ ভিডিঅ’খন দেখুৱাওক। তাৰ পাছত শিক্ষা ব্ৰচাৰখনৰপৰা অধ্যায় ১৮ আলোচনা কৰক।
ভাষণ: (৫ মি. বা কম) w০৬-HI ২/১ ¶৩১—বিষয়: যোচেফে ৰূপৰ বাটিৰে শুভকৰ্ম্ম চাইছিলনে, যেনেকৈ আদিপুস্তক ৪৪:৫, ১৫ পদৰপৰা বুজিব পাৰি? (শিক্ষা অধ্যায় ১৮)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
মণ্ডলীৰ প্ৰয়োজনীয়তা: (১০ মি.)
সংগঠনে লাভ কৰা সফলতা: (৫ মি.) জুন মাহৰ সংগঠনে লাভ কৰা সফলতা নামৰ ভিডিঅ’খন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ৩ ¶১-৭, পৃ. ৩৩ বক্স
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ১৬ আৰু প্ৰাৰ্থনা