ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 জুন পৃষ্ঠা ৩
  • জুন ৮-১৪

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুন ৮-১৪
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 জুন পৃষ্ঠা ৩

জুন ৮-১৪

আদিপুস্তক ৪৬-৪৭

  • গীত ৮৬ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “আকালৰপৰা ৰক্ষা”: (১০ মি.)

    • আদি ৪৭:১৩—মিচৰ আৰু কনান দেশত আকাল হ’ল (w৮৮-HI ৮/১ ৭ ¶২)

    • আদি ৪৭:১৬, ১৯, ২০—মিচৰীয়াসকলে নিজৰ জীৱন ৰক্ষা কৰিবলৈ বহুতো ত্যাগ কৰিলে

    • আদি ৪৭:২৩-২৫—যিহোৱাই আজি আমাৰ বাবে যি প্ৰচুৰ পৰিমাণে আধ্যাত্মিক আহাৰৰ যোগান ধৰে, তাৰপৰা লাভৱান হ’বলৈ আমি পৰিশ্ৰম কৰিব লাগিব (kr-HI ২৩৫ ¶১১-১২)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • আদি ৪৬:৪—যোচেফে যাকোবৰ “চকুত হাত দিব” ইয়াৰ অৰ্থ কি? (it-১-E ২২০ ¶১)

    • আদি ৪৬:২৬, ২৭—যাকোবৰ পৰিয়ালৰপৰা কিমান লোকে মিচৰ দেশলৈ আহিল? (পাঁচ ৭:১৪ পদৰ ওপৰত অধ্যয়নৰ টোকা, “তিনি কুৰি পোন্ধৰ জন লোক,” nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) আদি ৪৭:১-১৭ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) আলোচনা। ভিডিঅ’খন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: প্ৰচাৰকজনে কেনেকৈ প্ৰভাৱশালীৰূপে প্ৰশ্নবোৰ ব্যৱহাৰ কৰিলে? প্ৰচাৰকজনে শাস্ত্ৰপদটো বুজাত কেনেকৈ সহায় কৰিলে?

  • প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা এখন প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ৩)

  • প্ৰথম সাক্ষাৎ: (৫ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত বাইবেলে শিকায় কিতাপখন দিয়ক আৰু পাঠ ৯-ৰপৰা বাইবেল অধ্যয়ন আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১৪)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৯৬

  • যিহোৱাৰ মেজৰপৰা নিয়মীয়াকৈ ভোজন কৰক: (১৫ মি.)যিহোৱাই মনত পেলাই দিয়া নিৰ্দেশনাক মূল্যৱান বুলি গণ্য কৰক নামৰ ভিডিঅ’খন দেখুৱাওক। বাইবেল পঢ়িবলৈ আৰু যিহোৱাই যোগান ধৰা আধ্যাত্মিক আহাৰ লৈ থাকিবলৈ শ্ৰোতাসকলক উৎসাহিত কৰক।—যিচ ২৫:৬; ৫৫:১; ৬৫:১৩; মথি ২৪:৪৫.

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ৩ ¶৮-১৫, পৃ. ৩৪ বক্স

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ৬২ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক