জুলাই ৬-১২
যাত্ৰাপুস্তক ৬-৭
গীত ১৫০ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“মই ফৰৌণলৈ যি কৰিম, তাক তুমি এতিয়া দেখিবলৈ পাবা”: (১০ মি.)
যাত্ৰা ৬:১—মোচিয়ে যিহোৱাৰ “বাহুবল” দেখিছিল
যাত্ৰা ৬:৬, ৭—ইস্ৰায়েলীসকলক বন্দীৰপৰা মুকলি কৰা হʼল (it-২-E ৪৩৬ ¶৩)
যাত্ৰা ৭:৪, ৫—যিহোৱাই সত্য ঈশ্বৰ হয় বুলি ফৰৌণ আৰু মিচৰীয়াসকলে বিশ্বাস কৰিবলৈ বাধ্য হʼল (it-২-E ৪৩৬ ¶১-২)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
যাত্ৰা ৬:৩—যিহোৱাই কি অৰ্থত অব্ৰাহাম, ইচহাক আৰু যাকোবৰ আগত নিজৰ নাম প্ৰকাশ কৰা নাছিল? (it-১-E ৭৮ ¶৩-৪)
যাত্ৰা ৭:১—মোচি কেনেকৈ ফৰৌণৰ কাৰণে “ঈশ্বৰস্বৰূপ” হৈছিল? হাৰোণক কিয় মোচিৰ “ভাববাদী” বুলি কোৱা হৈছিল? (it-২-E ৪৩৫ ¶৫)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) যাত্ৰা ৬:১-১৫ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক: (১০ মি.) আলোচনা। হৃদয় স্পৰ্শ কৰাৰ প্ৰচেষ্টা নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শিক্ষা ব্ৰচাৰখনৰপৰা অধ্যায় ১৯ আলোচনা কৰক।
ভাষণ: (৫ মি. বা কম) w১৫-HI ১/১৫ ৯ ¶৬-৭—বিষয়: প্ৰতিদিনে যিহোৱাক ধন্যবাদ দিয়ক। (শিক্ষা অধ্যায় ১৯)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
মণ্ডলীৰ প্ৰয়োজনীয়তা: (১৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ৪ ¶১২-২১, পৃ. ৪৮ বক্স
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ১৩৫ আৰু প্ৰাৰ্থনা