আগষ্ট ৩-৯
যাত্ৰাপুস্তক ১৩-১৪
গীত ১৪৮ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“থিৰে থাকা; যিহোৱাই আজি তোমালোকলৈ যি পৰিত্ৰাণৰ কাৰ্য্য সিদ্ধ কৰিব, তাক দেখিবা”: (১০ মি.)
যাত্ৰা ১৪:১৩, ১৪—যিহোৱাই ইস্ৰায়েলীসকলক উদ্ধাৰ কৰিব বুলি মোচিৰ সম্পূৰ্ণ বিশ্বাস আছিল (w১৩-HI ৪/১ ৪)
যাত্ৰা ১৪:২১, ২২—যিহোৱাই আচৰিতভাৱে নিজৰ লোকসকলক ৰক্ষা কৰিছিল (w১৮.০৯-HI ২৬ ¶১৩)
যাত্ৰা ১৪:২৬-২৮—যিহোৱাই ফৰৌণ আৰু তাৰ সৈন্যবিলাকক বিনাশ কৰিছিল (w০৯-HI ৩/১৫ ৭ ¶৩-৪)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
যাত্ৰা ১৩:১৭—ইস্ৰায়েলীসকলক মিচৰপৰা মুকলি কৰাৰ সময়ত যিহোৱাই কেনেকৈ দেখুৱালে যে তেওঁ তেওঁলোকৰ চিন্তা কৰে? (it-১-E ১১১৭)
যাত্ৰা ১৪:২—চূফ সাগৰক হয়তো কোন ঠাইত দুভাগ কৰিছিল, যাতে ইস্ৰায়েলীসকলে সহজে পাৰ হʼব পাৰে? (it-১-E ৭৮২ ¶২-৩)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) যাত্ৰা ১৩:১-২০ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক: (১০ মি.) আলোচনা। প্ৰভাৱশালী সামৰণি নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শিক্ষা ব্ৰচাৰখনৰপৰা অধ্যায় ২০ আলোচনা কৰক।
ভাষণ: (৫ মি. বা কম) অধ্যয়ন লেখ ব্ৰচাৰ ০৭-HI ২০-২২ ¶১৩-১৬—বিষয়: যিহোৱাই ইস্ৰায়েলীসকলক যিদৰে ৰক্ষা কৰিছিল, তাৰপৰা আমি কি শিকিব পাৰোঁ? (শিক্ষা অধ্যায় ১৩)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“শেষলৈকে যিহোৱাৰ বিশ্বাসী হৈ থাকক”: (১৫ মি.) আলোচনা। হʼবলগীয়া ঘটনাবোৰৰ বাবে আমাক সাহসৰ প্ৰয়োজন হʼব—এক আভাস নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ৫ ¶৭-১৫
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ৭৭ আৰু প্ৰাৰ্থনা