আগষ্ট ১০-১৬
যাত্ৰাপুস্তক ১৫-১৬
গীত ১৪৯ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“গীত গাই যিহোৱাক প্ৰশংসা কৰক”: (১০ মি.)
যাত্ৰা ১৫:১, ২—মোচি আৰু ইস্ৰায়েলীসকলে যিহোৱাক প্ৰশংসা কৰিবলৈ গীত গাইছিল (w৯৫-HI ১০/১৫ ১১ ¶১১)
যাত্ৰা ১৫:১১, ১৮—যিহোৱা আমাৰ প্ৰশংসা পোৱাৰ যোগ্য (w৯৫-HI ১০/১৫ ১১-১২ ¶১৫-১৬)
যাত্ৰা ১৫:২০, ২১—মিৰিয়ম আৰু ইস্ৰায়েলী তিৰোতাসকলে যিহোৱাক প্ৰশংসা কৰিবলৈ গীত গাইছিল (it-২-E ৪৫৪ ¶১; ৬৯৮)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
যাত্ৰা ১৬:১৩—ইস্ৰায়েলীসকলে অৰণ্যত থকাৰ সময়ত যিহোৱাই তেওঁলোকক কিয় খাদ্যৰ বাবে বটা চৰাই দিছিল? (w১১-E ৯/১ ১৪)
যাত্ৰা ১৬:৩২-৩৪—মান্না পাত্ৰ কʼত থোৱা হৈছিল? (w০৬-HI ১/১৫ ৩১)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) যাত্ৰা ১৬:১-১৮ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: লিলিয়ে কেনেকৈ প্ৰশ্নৰ ভাল ব্যৱহাৰ কৰিলে? তাই কেনেকৈ শাস্ত্ৰ পদটো স্পষ্টকৈ তুলি ধৰিলে?
প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আমাৰ শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা কোনো এখন প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ৩)
প্ৰথম সাক্ষাৎ: (৫ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক আৰু আলোচনা কৰক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ৯)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“অগ্ৰগামী সেৱাৰ যোগেদি যিহোৱাক প্ৰশংসা কৰক”: (১৫ মি.) আলোচনা। মংগোলিয়াৰ তিনি গৰাকী ভনী নামৰ ভিডিঅʼখন দেখুৱাওক। মণ্ডলীৰ কোন এজন ভাই বা ভনীৰ সাক্ষাৎকাৰ লওক, যিয়ে অগ্ৰগামী সেৱা কৰিছিল বা এতিয়াও অগ্ৰগামী সেৱা কৰি আছে। তাৰ পাছত এই প্ৰশ্নবোৰ সোধক: অগ্ৰগামী সেৱা কৰাৰ সময়ত আপুনি কি কি সমস্যাৰ সন্মুখীন হৈছিল? আপুনি কি কি আশীৰ্বাদ লাভ কৰিলে?
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ৫ ¶১৬-২৩
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ২০ আৰু প্ৰাৰ্থনা