চেপ্টেম্বৰ ২১-২৭
যাত্ৰাপুস্তক ২৭-২৮
গীত ২৫ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“পুৰোহিতসকলৰ বস্ত্ৰৰপৰা আমি কি শিকিব পাৰোঁ?”: (১০ মি.)
যাত্ৰা ২৮:৩০—আমি যিহোৱাৰ ইচ্ছা জানিবলৈ চেষ্টা কৰা উচিত (it-২-E ১১৪৩)
যাত্ৰা ২৮:৩৬—আমি পবিত্ৰ হোৱা উচিত (it-১-E ৮৪৯ ¶৩)
যাত্ৰা ২৮:৪২, ৪৩—উপাসনা কৰাৰ সময়ত আমি সন্মান আৰু মৰ্য্যদা দেখুৱা উচিত (w০৮-HI ৮/১৫ ১৫ ¶১৭)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
যাত্ৰা ২৮:১৫-২১—ইস্ৰায়েলৰ পুৰোহিতসকলৰ বুকুপটাত যি ৰত্ন আছিল, সেয়া হয়তো কʼৰ আছিল? (w১২-E ৮/১ ২৬ ¶১-৩)
যাত্ৰা ২৮:৩৮—‘পবিত্ৰ দ্ৰব্য’ কি আছিল? (it-১-E ১১৩০ ¶২)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) যাত্ৰা ২৭:১-২১ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। jw.org যোগাযোগৰ কাৰ্ডখন দিয়ক। (শিক্ষা অধ্যায় ১)
পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা এখন প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ২)
বাইবেল অধ্যয়ন: (৫ মি. বা কম) lv ১০৮ ¶২০-২১ (শিক্ষা অধ্যায় ১৩)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—কেমেৰা বা ইন্ট্যাৰকমৰ যোগেদি সাক্ষ্য দিয়ক”: (১৫ মি.) আলোচনা। প্ৰথম ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক, তাৰ পাছত দ্বিতীয় ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি. বা কম) ঈশ্বৰৰ প্ৰেম অধ্যায় ৭ ¶১০-১৯, পৃ. ৯৩ বক্স
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ৬৯ আৰু প্ৰাৰ্থনা