ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 নৱেম্বৰ পৃষ্ঠা ৪
  • নৱেম্বৰ ১৬-২২

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নৱেম্বৰ ১৬-২২
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 নৱেম্বৰ পৃষ্ঠা ৪

নৱেম্বৰ ১৬-২২

লেবীয়া পুস্তক ৪-৫

  • গীত ৮৪ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যিহোৱাক উত্তম দিয়ক”: (১০ মি.)

    • লেবী ৫:৫, ৬—পাপ কৰা লোকসকলক মেৰ বা ছাগলীৰ পাপাৰ্থক বলি উৎসৰ্গ কৰিবলগীয়া হৈছিল (it-২-E ৫২৭ ¶৯)

    • লেবী ৫:৭—যিসকল দুখীয়া আৰু মেৰ বা ছাগলী কিনিব নোৱাৰে, তেওঁলোকে দুটা কপৌ বা দুটা পাৰ বলি দিব পাৰিছিল (w০৯-HI ১০/১ ৩২ ¶৩)

    • লেবী ৫:১১—যিসকলে দুটা কপৌ বা দুটা পাৰ কিনিব নোৱাৰে, তেওঁলোকে ঐফাৰ দহ ভাগৰ এভাগ মিহি আটাগুড়ি উৎসৰ্গ কৰিব পাৰিছিল (w০৯-HI ১০/১ ৩২ ¶৪)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • লেবী ৫:১—এই পদৰপৰা আজি আমি কি শিকিব পাৰোঁ? (w১৬.০২-HI ২৯ ¶১৪)

    • লেবী ৫:১৫, ১৬—এজন ব্যক্তিয়ে ‘যিহোৱাৰ পবিত্ৰ বস্তুৰ ক্ষেত্ৰত নজনাকৈ’ কেনেকৈ পাপ কৰি পাব পাৰে? (it-১-E ১১৩০ ¶২)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) লেবী ৪:২৭–৫:৪ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। কিন্তু যিচয়া ৯:৬, ৭ পঢ়ক। (শিক্ষা অধ্যায় ১২)

  • পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। কিন্তু গীতমালা ৭২:১৬ পঢ়ক। (শিক্ষা অধ্যায় ৪)

  • বাইবেল অধ্যয়ন: (৫ মি. বা কম) lv ২০৮ ¶২২-২৩ (শিক্ষা অধ্যায় ১৯)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৮১

  • আমি যিহোৱাৰ সহায়ত ৬০ বছৰ ধৰি একে-লগে অগ্ৰগামী সেৱা কৰি আছোঁ: (১৫ মি.) ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক সোধক: ভনী টাকাকো আৰু হিচাকোয়ে সেৱা কাৰ্য্যৰপৰা কি কি আশীৰ্বাদ লাভ কৰিলে? ভনী টাকাকো কি সমস্যাৰ লগত যুঁজি আছে আৰু কি কথাৰপৰা তাই সাহস লাভ কৰে? এই ভনীসকলে বহুবছৰপৰা কেনেকৈ আনন্দেৰে সেৱা কৰিব পাৰিছে? এই ভনীসকলে আগত উল্লেখ কৰা পদবোৰ কেনেকৈ পূৰ হোৱা দেখিলে: হিতোপদেশ ২৫:১১; উপদেশক ১২:১; ইব্ৰী ৬:১০?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি. বা কম) ঈশ্বৰৰ প্ৰেম অধ্যায় ৯ ¶২২-২৬, পৃ. ১২৫ বক্স, অতিৰিক্ত লেখ, ২৪৯-২৫১ পৃ.

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ১১৫ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক