নৱেম্বৰ ২৩-২৯
লেবীয়া পুস্তক ৬-৭
গীত ৪৬ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“ঈশ্বৰক ধন্যবাদ কৰিবলৈ বলি”: (১০ মি.)
লেবী ৭:১১, ১২—ইস্ৰায়েলীসকলে যিহোৱাক ধন্যবাদ কৰিবলৈ, আনন্দৰে মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিছিল (w১৯.১১-HI ২২ ¶৯)
লেবী ৭:১৩-১৫—যেতিয়া মঙ্গলাৰ্থক বলিদান উৎসৰ্গ কৰোঁতা আৰু তেওঁৰ পৰিয়ালে বলিদানৰপৰা খাইছিল, তেতিয়া তেওঁলোকে যিহোৱাৰ লগত আহাৰ খোৱাৰ দৰে হৈছিল। এয়া প্ৰকাশ কৰিছিল যে যিহোৱাৰ লগত তেওঁলোকৰ শান্তিপূৰ্ণ সম্পৰ্ক আছে (nwt (হিন্দী) শব্দকোষ, “মঙ্গলাৰ্থক বলি”)
লেবী ৭:২০—যিহোৱাই কেৱল শুদ্ধ লোকসকলৰ মঙ্গলাৰ্থক বলি গ্ৰহণ কৰিছিল (w০০-HI ৮/১৫ ১৯ ¶৮)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
লেবী ৬:১৩—যিহূদীসকলৰ পৰম্পৰাগত বিশ্বাসৰ মতে বেদীৰ ওপৰত প্ৰথমে কোনে জুই জ্বলাইছিল? বাইবেলত ইয়াৰ বিষয়ে কি লিখা আছে? (it-১-E ৮৩৩ ¶১)
লেবী ৬:২৫—পাপাৰ্থক বলি, হোম-বলি আৰু মঙ্গলাৰ্থক বলিতকৈ কেনেকৈ বেলেগ আছিল? (si-E ২৭ ¶১৫)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) লেবী ৬:১-১৮ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত গৃহস্থক জনসাধাৰণৰ বাবে সংস্কৰণ নং ২ ২০২০ চনৰ প্ৰহৰীদুৰ্গৰপৰা (হিন্দী) কোনো বিষয়ে জনাওক আৰু এই প্ৰকাশনখন দিয়ক। (শিক্ষা অধ্যায় ৩)
পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত গৃহস্থক আমাৰ ৱেবছাইটৰ বিষয়ে জনাওক আৰু jw.org যোগাযোগৰ কাৰ্ডখন দিয়ক। (শিক্ষা অধ্যায় ১১)
বাইবেল অধ্যয়ন: (৫ মি. বা কম) bh ১৬৯ ¶১২-১৩ (শিক্ষা অধ্যায় ৬)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
যিহোৱাৰ বন্ধু হোৱা—কৃতজ্ঞ হওক: (৫ মি.) ভিডিঅ’খন দেখুৱাওক। তাৰ পাছত কেইজনমান লʼৰা-ছোৱালীক ষ্টেজলৈ নিমন্ত্ৰণ কৰক আৰু তেওঁলোকক ভিডিঅ’ৰ বিষয়ে সোধক।
মণ্ডলীৰ প্ৰয়োজনীয়তা: (১০ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি. বা কম) ঈশ্বৰৰ প্ৰেম অধ্যায় ১০ ¶১-৮
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ১৪৮ আৰু প্ৰাৰ্থনা