ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 ডিচেম্বৰ পৃষ্ঠা ৬
  • ডিচেম্বৰ ২৮, ২০২০–জানুৱাৰী ৩, ২০২১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ডিচেম্বৰ ২৮, ২০২০–জানুৱাৰী ৩, ২০২১
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 ডিচেম্বৰ পৃষ্ঠা ৬

ডিচেম্বৰ ২৮–জানুৱাৰী ৩

লেবীয়া পুস্তক ১৬-১৭

  • গীত ৪১ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “প্ৰায়শ্চিত্ত-দিনৰপৰা আমি কি শিকিব পাৰোঁ?”: (১০ মি.)

    • লেবী ১৬:১২—পবিত্ৰ-স্থানত গৈ মহা-পুৰোহিতে যিহোৱাৰ সন্মুখত থিয় হৈ থকা যেন হৈছিল (w১৯.১১-HI ২১ ¶৪)

    • লেবী ১৬:১৩—মহা-পুৰোহিতে যিহোৱাৰ সন্মুখত সুগন্ধি ধূপ জ্বলাইছিল (w১৯.১১-HI ২১ ¶৫)

    • লেবী ১৬:১৪, ১৫—তাৰ পাছত মহা-পুৰোহিতে পুৰোহিত আৰু লোকসকলৰ পাপৰ প্ৰায়শ্চিত্তৰ বাবে পাপাৰ্থক বলিদান উৎসৰ্গ কৰিছিল (w১৯.১১-HI ২১ ¶৬)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • লেবী ১৬:১০—অজাজেলৰ বাবে যুগুত কৰা ছাগটো কি অৰ্থত যীচুৰ বলিদানক চিত্ৰিত কৰে? (w০৯-HI ৮/১৫ ৬ ¶১৭)

    • লেবী ১৭:১০, ১১—আমি তেজ লোৱাৰপৰা কিয় আঁতৰি থাকোঁ? (w১৪-HI ১১/১৫ ১০ ¶১০)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) লেবী ১৬:১-১৭ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি তাক দেওখুৱাক। (শিক্ষা অধ্যায় ৩)

  • পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। বাইবেল অধ্যয়নৰ বাবে ব্যৱহাৰ হোৱা এখন প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ৪)

  • বাইবেল অধ্যয়ন: (৫ মি. বা কম) ভাল খবৰ পাঠ ১ ¶১-২ (শিক্ষা অধ্যায় ১৪)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৭০

  • “আপুনি ৰাজ্য প্ৰচাৰকসকলৰ স্কুলত যাব বিচাৰেনে?”: (১৫ মি.) আলোচনা। পূৰ্ণসময়ৰ প্ৰচাৰ কৰা মিচনেৰীসকল—শস্য দোৱাৰ বনুৱা হয় নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি. বা কম) ঈশ্বৰৰ প্ৰেম অধ্যায় ১১ ¶২০-২২, পৃ. ১৪৯ বক্স

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ২৮ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক