ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 জানুৱাৰী পৃষ্ঠা ২
  • জানুৱাৰী ৪-১০

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জানুৱাৰী ৪-১০
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 জানুৱাৰী পৃষ্ঠা ২

জানুৱাৰী ৪-১০

লেবীয়া পুস্তক ১৮-১৯

  • গীত ১২২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “আপোনাৰ আচাৰ-ব্যৱহাৰ সদায় শুদ্ধ হৈ থকা উচিত”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • লেবী ১৯:৯, ১০—ঈশ্বৰে দৰিদ্ৰ লোকসকলক সহায় কৰিবলৈ কি নিয়ম দিছিল? (w০৬-HI ৭/১ ১৪ ¶১১)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) লেবী ১৮:১-১৫ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। প্ৰথম সাক্ষাৎ: প্ৰাৰ্থনা—গীত ৬৫:২ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত যেতিয়া প্ৰশ্ন সোধে, তেতিয়া ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ সোধক।

  • প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৩)

  • ভাষণ: (৫ মি.) w০২-HI ২/১ ২৯—বিষয়: মোচিৰ নিয়মত সম্বন্ধীয়সকলৰ মাজত বিয়া নকৰাবলৈ যি নিষেধাজ্ঞা দিয়া হৈছিল, সেইবোৰ আজিও খ্ৰীষ্টানসকলে পালন কৰা উচিতনে? (শিক্ষা অধ্যায় ৭)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৩৪

  • যিহোৱাৰ বন্ধু হোৱা—নিজৰ সন্তানসকলক সুৰক্ষা দিয়ক: (৫ মি.) এজন প্ৰাচীনৰ দ্বাৰা ভাষণ। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত ভিডিঅʼখনৰপৰা শিকা কথাবোৰ তুলি ধৰক।—হিতো ২২:৩.

  • “পিতৃ-মাতৃসকল, জ্ঞানেৰে নিজৰ সন্তানসকলক প্ৰস্তুত কৰক”: (১০ মি.) আলোচনা। মজবুত ঘৰ তৈয়াৰ কৰক—“যি বেয়া হয়,” তাৰপৰা নিজৰ লʼৰা-ছোৱালীক আঁতৰাই ৰাখক নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অতিৰিক্ত লেখ, ২৫১-২৫৩ পৃ.

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৯৪ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক