ফেব্ৰুৱাৰী ৮-১৪
গণনা পুস্তক ১-২
গীত ১২৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যিহোৱাই নিজৰ লোকসকলক সংগঠিত কৰে”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
গণ ১:২, ৩—ইস্ৰায়েল দেশত কিয় লোকসকলৰ নাম লিখোৱা হৈছিল? (it-২-E ৭৬৪)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) গণ ১:১-১৯ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। গৃহস্থক সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে আৰু বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ৯)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হি সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। গৃহস্থই আগ্ৰহী হোৱা বিষয়ে কথা পাতক আৰু এটা পদ দেখুৱাওক (শিক্ষা অধ্যায় ১২)
ভাষণ: (৫ মি.) w০৮–E ৭/১ ২১—বিষয়: যদিও ইস্ৰায়েলীসকলৰ ১৩ টা ফৈদ আছিল, কিন্তু বাইবেলত কেৱল ১২ টা ফৈদৰ বিষয়ে কিয় উল্লেখ কৰা হৈছে? (শিক্ষা অধ্যায় ৭)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“সকলোকে প্ৰচাৰ কৰিবলৈ সংগঠিত কৰা হৈছে”: (১০ মি.) আলোচনা। যিহোৱাৰ বন্ধু হোৱা—অন্য ভাষাত প্ৰচাৰ কৰক নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত JW লেংগুৱেজ এপৰ কিছুমান বিশেষত্বৰ বিষয়ে আলোচনা কৰক।
মণ্ডলীৰ প্ৰয়োজনীতা: (৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ১৩ ¶৫-১৫, পৃ. ১৭২ বক্স
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১৩৪ আৰু প্ৰাৰ্থনা