ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 জানুৱাৰী পৃষ্ঠা ১৪
  • ফেব্ৰুৱাৰী ১৫-২১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ফেব্ৰুৱাৰী ১৫-২১
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 জানুৱাৰী পৃষ্ঠা ১৪

ফেব্ৰুৱাৰী ১৫-২১

গণনা পুস্তক ৩-৪

  • গীত ৯৯ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “লেবীয়াসকলৰ কাম”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • গণ ৪:১৫—যিহোৱাৰ প্ৰতি ভয় থাকিলে আমি কি কৰিম? (w০৬-HI ৮/১ ২৪–২৫ ¶১৩)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) গণ ৪:৩৪-৪৯ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায়লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ২)

  • পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হি সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা এখন প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ১৫)

  • বাইবেল অধ্যয়ন: (৫ মি.) ভাল খবৰ পাঠ ১২ ¶৮ (শিক্ষা অধ্যায় ১৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৬৭

  • বছেৰেকীয়া সেৱা ৰিপৰ্ট: (১৫ মি.) এজন প্ৰাচীনৰ দ্বাৰা ভাষণ। শাখা কাৰ্য্যালয়ৰপৰা অহা বছেৰেকীয়া সেৱা ৰিপৰ্টটো পঢ়াৰ পাছত আগতিয়াকৈ নিৰ্বাচন কৰি ৰখা কেইজনমান প্ৰচাৰকৰ সাক্ষাৎকাৰ লওক, যিয়ে বিগত বছৰত, ঘোষণা কাৰ্য্য কৰাৰ সময়ত কিছুমান ভাল অনুভৱ লাভ কৰিবলৈ সক্ষম হৈছিল।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ১৩ ¶১৬-২৬, পৃ. ১৭৮ বক্স

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৮ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক