ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মাৰ্চ পৃষ্ঠা ৩
  • মাৰ্চ ৮-১৪

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্চ ৮-১৪
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মাৰ্চ পৃষ্ঠা ৩

মাৰ্চ ৮-১৪

গণনা পুস্তক ৯-১০

  • গীত ৩১ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যিহোৱাই নিজৰ লোকসকলক কেনেকৈ পথ দেখুৱায়?”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • গণ ৯:১৩—এই নিয়মৰপৰা খ্ৰীষ্টানসকলে কি শিকিব পাৰে? (it–১–E ১৯৯ ¶৩)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) গণ ১০:১৭-৩৬ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • স্মৰণীয় দিনৰ নিমন্ত্ৰণ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। যদি গৃহস্থই আগ্ৰহ দেখুৱায়, তেনেহʼলে যীচুৰ মৃত্যুক সোঁৱৰণ কৰক নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক আৰু আলোচনা কৰক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ১১)

  • পুনৰ সাক্ষাৎ: (৩ মি.) আপুনি নিজৰ সহকৰ্মী বা সহপাঠীক স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ জনাওক, যাক আপুনি আগতে সাক্ষ্য দিছিলে। (শিক্ষা অধ্যায় ২)

  • বাইবেল অধ্যয়ন: (৫ মি.) bhs ২১৪ টোকা ১৭—নিজৰ বিদ্যাৰ্থীক স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ জনাওক আৰু বুজাওক যে তেওঁ পিঠা আৰু দ্ৰাক্ষাৰস কিয় গ্ৰহণ কৰা উচিত নহয়। (শিক্ষা অধ্যায় ১৭)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৮৪

  • বেথেলৰ সাল-সলনি ঘোষণা কাৰ্য্যত সহায়: (১০ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক সোধক: ২০১৫ চনৰ বাৰ্ষিক সভাত কি কি সাল-সলনিৰ বিষয়ে ঘোষণা কৰা হৈছিল? ইয়াৰ কাৰণ দুটা কি আছিল? বেথেলত কি কি সাল-সলনি কৰা হৈছে? ইয়াৰপৰা কি কি লাভ হৈছে? এই ঘোষণাৰ পাছত ব্ৰিটেইনত নতুন শাখা কাৰ্য্যালয় বনোৱাৰ পৰিকল্পনাত কি কি সাল-সলনি কৰা হʼল? এই সাল-সলনিয়ে কেনেকৈ প্ৰমাণ কৰে যে যিহোৱাই নিজৰ লোকসকলক পথ দেখুৱাইছে?

  • আমি বেথেললৈ কিয় আহোঁ: (৫ মি.) ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ১৪ ¶১৫-১৯, পৃ. ১৯১ বক্স

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ১৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক