ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মাৰ্চ পৃষ্ঠা ৬
  • মাৰ্চ ২২-২৮

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্চ ২২-২৮
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মাৰ্চ পৃষ্ঠা ৬

মাৰ্চ ২২-২৮

গণনা পুস্তক ১৩-১৪

  • গীত ১১৮ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “বিশ্বাসে আমাক কেনেকৈ সাহসী কৰি তুলে”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • গণ ১৩:২৭—চোৰাংচোৱাসকলে কি বাৰ্তা দিছিল আৰু এই বাৰ্তাৰপৰা যিহোৱাৰ ওপৰত ইস্ৰায়েলীসকলৰ বিশ্বাস কেনেকৈ দৃঢ় হʼলহেঁতেন? (লেবী ২০:২৪; it–১–E ৭৪০)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) গণ ১৩:১-২০ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • ভাষণ: (৫ মি.) w১৫–HI ৯/১৫ ১৪-১৬ ¶৮-১২—বিষয়: নিজৰ বিশ্বাস চালি-জাৰি চাবলৈ নিজকে প্ৰশ্ন সোধক। (শিক্ষা অধ্যায় ১৪)

  • “প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক—প্ৰশ্ন সোধক”: (১০ মি.) আলোচনা। শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—প্ৰশ্ন সোধক নামৰ ভিডিঅʼখন দেখুৱাওক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৭৩

  • সত্য খ্ৰীষ্টানসকলক সাহসৰ কিয় প্ৰয়োজন—ঘোষণা কৰিবলৈ: (৮ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক সোধক: কিটি কেলিৰ কি সমস্যা আছিল? তাই সাহস কেনেকৈ বঢ়াব পাৰিলে? সাহস দেখুৱাৰ বাবে তাই কি আশীৰ্বাদ লাভ কৰিলে?

  • সত্য খ্ৰীষ্টানসকলক সাহসৰ কিয় প্ৰয়োজন—নিৰপেক্ষতা বজাই ৰাখিবলৈ: (৭ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক সোধক: এঞ্জ চিলুয়ে কেনে সমস্যাৰ সন্মুখীন হৈছিল? তেওঁ কেনেকৈ সাহস লাভ কৰিলে? কি কথা বুজি পোৱাৰ বাবে তেওঁ যিহোৱাৰ ওপৰত ভৰসা ৰাখিব পাৰিলে?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ১৫ ¶১০-১৭, পৃ. ২০৩ বক্স

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৩০ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক