ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মাৰ্চ পৃষ্ঠা ১১
  • এপ্ৰিল ১২-১৮

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এপ্ৰিল ১২-১৮
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মাৰ্চ পৃষ্ঠা ১১

এপ্ৰিল ১২-১৮

গণনা পুস্তক ২০-২১

  • গীত ১১৪ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “সমস্যাৰ সময়তো নম্ৰ হৈ থাকক”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • গণ ২০:২৩-২৭—হাৰোণক যেতিয়া তেওঁৰ ভুলৰ বিষয়ে জনোৱা হʼল, তেতিয়া তেওঁ কি কৰিলে আৰু যিহোৱাই যিদৰে তেওঁৰ লগত ব্যৱহাৰ কৰিলে, তাৰপৰা আমি কি শিকিব পাৰোঁ? (w১৪–HI ৬/১৫ ২৬ ¶১২-১৩)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) গণ ২০:১-১৩ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ১২)

  • পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা এখন প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ৩)

  • ভাষণ: (৫ মি.) g–HI ৪/১৫ ৯—বিষয়: মই নিজৰ খং কেনেকৈ দমন কৰিম? (শিক্ষা অধ্যায় ১৬)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৯০

  • ‘ভাল কথাৰে’ আনক উৎসাহিত কৰক: (৭ মি.) ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক সোধক: অভিযোগ আৰু ভুল-ত্ৰুটী ধৰা অভ্যাসে আনক কেনেকৈ আঘাত দিব পাৰে? ভাইজনক নিজৰ চিন্তাধাৰা সলনি কৰিবলৈ কিহে সহায় কৰিলে?

  • বন্ধুসকলৰ কথাত ভুল নাযাব!: (৮ মি.) আলোচনা। হোৱাইট বোৰ্ড এনিমেশ্বনখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক সোধক: বহুতোলোকে কেনেধৰণৰ হেঁচাৰ সন্মুখীন হৈছে? যাত্ৰাপুস্তক ২৩:২ পদত কি পৰামৰ্শ দিয়া হৈছে? বন্ধুসকলৰ হেঁচাৰপৰা বাচি থাকিবলৈ, আমি কি চাৰিটা কথা মনত ৰখা উচিত?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ১৬ ¶৯-১৪, ২২০-২২১ পৃ.

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৬৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক