ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মে’ পৃষ্ঠা ৩
  • মে’ ১০-১৬

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মে’ ১০-১৬
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মে’ পৃষ্ঠা ৩

মে’ ১০-১৬

গণনা পুস্তক ৩০-৩১

  • গীত ৫১ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “আপোনাৰ প্ৰতিজ্ঞা পূৰ কৰক”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • গণ ৩০:১০-১২—চমূৱেলক যিহোৱাৰ সেৱাৰ বাবে আগবঢ়াবলৈ হান্নাই যি প্ৰতিজ্ঞা কৰিছিল, তাক পূৰ কৰিবলৈ ইলকানাই হান্নাক অনুমতি দিছিল বুলি আমি কেনেকৈ জানিব পাৰোঁ? (১চমূ ১:১১; it-২-E ২৮ ¶১)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) গণ ৩০:১-১৬ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • পুনৰ সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। পুনৰ সাক্ষাৎ: ঈশ্বৰৰ উদ্দেশ্য—যিচ ৫৫:১১ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত যেতিয়া প্ৰশ্ন সোধে, তেতিয়া ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ সোধক।

  • পুনৰ সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৬)

  • পুনৰ সাক্ষাৎ: (৫ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায়লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত অধ্যয়নৰ বাবে ব্যৱহাৰ হোৱা এখন প্ৰকাশন দিয়ক আৰু অধ্যয়ন আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১৯)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৫

  • সৃষ্টিৰপৰা ধৈৰ্য্য ধৰাৰ বিষয়ে শিকক: (১৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত ভিডিঅʼখনত দেখুওৱা প্ৰতিটো গছ আৰু জীৱ-জন্তুৰ বিষয়ে এইবোৰ প্ৰশ্ন সোধক: এই সৃষ্টিৰপৰা আমি ধৈৰ্য্য ধৰাৰ বিষয়ে কি শিকিব পাৰোঁ? আমি কেনেকৈ নিজৰ জীৱনত এইদৰেই ধৈৰ্য্য ধৰিব পাৰোঁ?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ১, ২

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ১১ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক