মে’ ২৪-৩০
গণনা পুস্তক ৩৪-৩৬
গীত ৩৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যিহোৱাৰ আশ্ৰয় লওক”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
গণ ৩৫:৩১—যীচুৰ বলিদানৰপৰা আদম আৰু হৱাই কিয় লাভৱান নহʼব? (w৯১-E ২/১৫ ১৩ ¶১৩)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) গণ ৩৪:১-১৫ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায়লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ১২)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায়লৈ কথা-বতৰা আৰম্ভ কৰক। বাইবেল কিয় অধ্যয়ন কৰা উচিত? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ৯)
বাইবেল অধ্যয়ন: (৫ মি.) ভাল খবৰ পাঠ ২ ¶৯-১০ (শিক্ষা অধ্যায় ১৯)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
যিহোৱাৰ বন্ধু হোৱা—অনুশাসনেই হৈছে প্ৰেম: (৬ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত সম্ভৱ হʼলে কেইজনমান লʼৰা-ছোৱালীক এই প্ৰশ্নবোৰ সোধক: কেতিয়াবা কেতিয়াবা মা-দেউতাই আপোনাক কিয় অনুশাসন দিয়ে? অনুশাসন দিয়াৰ বাবে আপোনাৰ কি লাভ হয়? যিহোৱাই আমাক কিয় অনুশাসন দিয়ে?
“যিহোৱাই আমাক প্ৰেম কৰাৰ বাবে অনুশাসন দিয়ে”: (৯ মি.) আলোচনা। “প্ৰভুৱে [যিহোৱাই] যাক প্ৰেম কৰে তেওঁক শাস্তি দিয়ে” নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৫, ৬
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৩৯ আৰু প্ৰাৰ্থনা