ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মে’ পৃষ্ঠা ১০
  • জুন ৭-১৩

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুন ৭-১৩
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মে’ পৃষ্ঠা ১০

জুন ৭-১৩

দ্বিতীয় বিবৰণ ৩-৪

  • গীত ৯৮ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যিহোৱাৰ নিয়ম পালন কৰাটোৱে বুদ্ধিমানৰ কাম”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • দ্বিতী ৪:২৩—এই আজ্ঞাৰ অৰ্থ কি? (w০৪ ১১/১ ২৯ ¶৩)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) দ্বিতী ৩:১-১৩ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • “প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক—উৎসাহেৰে শিক্ষা দিয়ক”: (১০ মি.) আলোচনা। শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—উৎসাহেৰে শিক্ষা দিয়ক নামৰ ভিডিঅʼখন দেখুৱাওক।

  • বাইবেল অধ্যয়ন: (৫ মি.) ভাল খবৰ পাঠ ৫ ¶১-২ (শিক্ষা অধ্যায় ১১)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৬৮

  • মণ্ডলীৰ প্ৰয়োজনীয়তা: (১৫ মি.)

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৮, ৯

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৪৮ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক