জুন ২৮–জুলাই ৪
দ্বিতীয় বিবৰণ ৯-১০
গীত ৪৯ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“তোমাৰ ঈশ্বৰ যিহোৱাই তোমাৰ পৰা আৰু কি খুজিছে?”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
দ্বিতী ৯:১-৩—অনাকৰ লোকসকল “মহৎ আৰু দীৰ্ঘকায়” আছিল, তথাপি ইস্ৰায়েলীসকলে কিয় তেওঁলোকক ভয় কৰাৰ প্ৰয়োজন নাছিল? (it-১-E ১০৩)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) দ্বিতী ১০:১-২২ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায়লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা এখন প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ৩)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায়লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত বাইবেল কিয় অধ্যয়ন কৰা উচিত? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ৯)
বাইবেল অধ্যয়ন: (৫ মি.) ভাল খবৰ পাঠ ১২ ¶৪-৫ (শিক্ষা অধ্যায় ১৮)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ভিডিঅʼ গেম: আপুনি সঁচাকৈ জয় লাভ কৰিছেনে?: (৭ মি.) আলোচনা। ভিডিঅʼখন দেখুওৱাক। তাৰ পাছত প্ৰশ্ন সোধক: সকলো সময়তে ভিডিঅʼ গেম খেলিলে, আপোনাৰ সময় কেনেকৈ নষ্ট হʼব পাৰে? জীৱনত কোনবোৰ বস্তু ভিডিঅʼ গেমতকৈ বেছি গুৰুত্বপূৰ্ণ? (ইফি ৫:১৫, ১৬) আপুনি যিধৰণৰ ভিডিঅʼ গেম খেলে, তাৰপৰা কেনেকৈ জানিব পাৰি যে আপুনি কেনেধৰণৰ কথাবোৰ ভাল পায়? আপুনি প্ৰকৃততে কেনেকৈ জয়ী হʼব পাৰে?
“মদ্যপান কৰাৰ ক্ষেত্ৰত ভাবি-চিন্তি নিৰ্ণয় লওক”: (৮ মি.) আলোচনা। মদ খোৱাৰ পৰিণামৰ বিষয়ে চিন্তা কৰক নামৰ ভিডিঅʼখন দেখুওৱাক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ১২
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৩৯ আৰু প্ৰাৰ্থনা