আগষ্ট ৯-১৫
দ্বিতীয় বিবৰণ ২৪-২৬
গীত ১৩৭ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“মোচিৰ নিয়মৰপৰা বুজিব পাৰি যে যিহোৱাই তিৰোতাসকলৰ যত্ন লয়”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
দ্বিতী ২৪:১—মোচিৰ নিয়মৰ মতে এজন পুৰুষে নিজৰ পত্নীক সৰু-সুৰা কাৰণৰ বাবে বিবাহ-বিচ্ছেদ কৰিব পাৰিছিল বুলি কোৱাটো কিয় ভুল হʼব? (it–১–E ৬৪০ ¶৫)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) দ্বিতী ২৬:৪-১৯ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ১)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা এখন প্ৰকাশন দিয়ক। (শিক্ষা অধ্যায় ২)
ভাষণ: (৫ মি.) w১৯.০৬–HI ২৩-২৪ ¶১৩-১৬—বিষয়: যিসকলৰ জীৱন-সংগীৰ মৃত্যু হৈছে, তেওঁলোকক সান্ত্বনা দিয়ক আৰু সহায় কৰক। (শিক্ষা অধ্যায় ২০)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“বৃদ্ধ তিৰোতাসকলক মাতৃ আৰু যুৱতীসকলক নিজৰ ভনীৰ দৰে গণ্য কৰক”: (১৫ মি.) আলোচনা। মণ্ডলীত নিঃস্বাৰ্থ প্ৰেম দেখুৱাওক—বিধৱা আৰু পিতৃহীনসকলক নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ২০
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৪৯ আৰু প্ৰাৰ্থনা