আগষ্ট ৩০-চেপ্টেম্বৰ ৫
দ্বিতীয় বিবৰণ ৩১-৩২
গীত ৭৮ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“ঈশ্বৰ প্ৰেৰণাৰে লিখা এটি গীতৰ উদাহৰণৰপৰা শিকক”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
দ্বিতী ৩১:১২—এই পদৰ অনুসৰি খ্ৰীষ্টান পিতৃ-মাতৃয়ে কি কৰিব পাৰে? (w০৪ ১১/১ ৩১ ¶৭)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) দ্বিতী ৩২:৩৬-৫২ (শিক্ষা অধ্যায় ২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ৩)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। গৃহস্থই আগ্ৰহী হোৱা বিষয়ে কথা পাতক আৰু এটা পদ দেখুৱাওক। (শিক্ষা অধ্যায় ১২)
ভাষণ: (৫ মি.) w০৭–E ৫/১৫ ১৫-১৬—বিষয়: লʼৰা-ছোৱালীয়ে আপোনাক চাই শিকে! (শিক্ষা অধ্যায় ১৬)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“নেতৃত্ব লোৱা ভাইসকলৰপৰা শিকক”: (১৫ মি.) আলোচনা। ‘নায়কসকলক সোঁৱৰা’ (ইব্ৰী ১৩:৭) নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত প্ৰশ্ন সোধক: ভাই টি. জে. চলিৱন, জৰ্জ গেংগচ, কাৰ্ল ক্লাইন আৰু ডেনিয়েল চিডলিকৰপৰা আমি কি শিকিব পাৰোঁ?
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ২৫
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৫৫ আৰু প্ৰাৰ্থনা