ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ২
  • চেপ্টেম্বৰ ৬-১২

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চেপ্টেম্বৰ ৬-১২
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ২

চেপ্টেম্বৰ ৬-১২

দ্বিতীয় বিবৰণ ৩৩-৩৪

  • গীত ১৫০ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যিহোৱাৰ ‘চিৰস্থায়ী’ হাতৰ তলত আশ্ৰয় লওক”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • দ্বিতী ৩৪:৬—যিহোৱাই হয়তো কি কাৰণৰ বাবে মোচিৰ মৈদামৰ বিষয়ে কাকো জনোৱা নাই? (it–২–E ৪৩৯ ¶৩)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) দ্বিতী ৩৩:১-১৭ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। প্ৰথম সাক্ষাৎ: বাইবেল—২তীম ৩:১৬, ১৭ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত প্ৰশ্নবোৰ সোধাৰ সময়ত ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ শ্ৰোতাসকলক সোধক।

  • প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১)

  • প্ৰথম সাক্ষাৎ: (৫ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত এক অনন্ত জীৱন ব্ৰচাৰখন দিয়ক আৰু অধ্যয়ন আৰম্ভ কৰক। (শিক্ষা অধ্যায় ৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৭৬

  • “এক অনন্ত জীৱন ব্ৰচাৰখনৰপৰা শিকাওক”: (১৫ মি.) আলোচনা। আহক বাইবেলৰপৰা শিকোঁ নামৰ ভিডিঅʼখন দেখুৱাওক। সময় হʼলে নতুন কিতাপৰ বিষয়ে কিছুমান কথা জনাওক। এই কিতাপখনৰপৰা ব্যক্তিগতভাৱে বা পাৰিবাৰিক উপাসনাত অধ্যয়ন কৰিবলৈ সকলোকে উৎসাহিত কৰক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ২৬

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৪৪ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক