ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ৯
  • অক্টোবৰ ৪-১০

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অক্টোবৰ ৪-১০
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ৯

অক্টোবৰ ৪-১০

যিহোচূৱা ৮-৯

  • গীত ১২৭ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “গিবিয়োনীয়াবিলাকৰ ঘটনাৰপৰা শিক্ষা”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • যিহো ৮:২৯—অয়ৰ ৰজাক কিয় কাঠত আঁৰি দিয়া হৈছিল? (it–১–E ১০৩০)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) যিহো ৮:২৮–৯:২ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো এটা আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ২)

  • পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। গৃহস্থক সভাৰ বাবে নিমন্ত্ৰণ-পত্ৰখন দিয়ক আৰু যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত কি হয়? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ১১)

  • ভাষণ: (৫ মি.) ) it–১–E ৫২০; ৫২৫ ¶১—যিহোচূৱাই গিবিয়োনীয়াবিলাকৰ লগত কৰা চুক্তিৰপৰা আমি কি শিকিব পাৰোঁ? (শিক্ষা অধ্যায় ১৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৪৩

  • নম্ৰ হওক (১পিত ৫:৫): (১৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: পিতৰ আৰু যোহনে নিস্তাৰ-পৰ্বৰ বাবে কি কি প্ৰস্তুত কৰিলে? যীচুৱে নিজৰ মৃত্যুৰ আগনিশা নম্ৰতাৰ বিষয়ে কেনেকৈ শিকালে? আমি কিয় কʼব পাৰোঁ যে নম্ৰতাৰ শিক্ষাই পিতৰ আৰু যোহনৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পৰিছিল? আমি কেনেকৈ নম্ৰতাৰ গুণ দেখুৱাব পাৰোঁ?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৩২

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ১১ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক