ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ১৪
  • অক্টোবৰ ২৫-৩১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অক্টোবৰ ২৫-৩১
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ১৪

অক্টোবৰ ২৫-৩১

যিহোচূৱা ১৫-১৭

  • গীত ১৪৬ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “এক বহুমূলীয়া উত্তৰাধিকাৰক ৰক্ষা কৰক”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • যিহো ১৭:১৫, ১৮—প্ৰাচীন সময়ত ইস্ৰায়েল দেশত বহুতো অৰণ্য আছিল বুলি আমি কিয় কʼব পাৰোঁ? (w১৫-HI ৭/১৫ ৩২)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) যিহো ১৫:১-১২ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। তাৰ পাছত গৃহস্থক সভালৈ নিমন্ত্ৰণ কৰক। (শিক্ষা অধ্যায় ১৯)

  • পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা এখন প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ৪)

  • বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন পাঠ ০১, ৬ ভাগ আৰু “কিছুমান লোকে কয়” (শিক্ষা অধ্যায় ৯)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৩৯

  • “নতুন পৃথিৱী নিচেই কাষত, এই শুভবাৰ্তা প্ৰচাৰ কৰক!”: (১৫ মি.) আলোচনা। নতুন পৃথিৱী হʼব এই ব্ৰʼডকাষ্টিং গীতৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৩৫

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ১০৮ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক