নৱেম্বৰ ১-৭
যিহোচূৱা ১৮-১৯
গীত ১২ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যিহোৱাই বুদ্ধিমতাৰে মাটি ভগাই”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
যিহো ১৮:১-৩—ইস্ৰায়েলীসকলে যৰ্দ্দনৰ পশ্চিম দিশৰ এলেকা দখল কৰিবলৈ কিয় দেৰি কৰিছিল? (it-১-E ৩৫৯ ¶৫)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) যিহো ১৮:১-১৪ (শিক্ষা অধ্যায় ২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। প্ৰথম সাক্ষাৎ: ভাল খবৰ—গীত ৩৭:১০, ১১ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত প্ৰশ্নবোৰ সোধাৰ সময়ত ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ শ্ৰোতাসকলক সোধক।
প্ৰথম সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত ২০২১ চনৰ প্ৰহৰীদুৰ্গৰ নং ২ দিয়ক। (শিক্ষা অধ্যায় ১)
প্ৰথম সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো এটা আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ১১)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“আপোনালোকৰ প্ৰেমৰ বাবে যিহোৱাক ধন্যবাদ জনাওঁ”: (১৫ মি.) এজন প্ৰাচীনৰ দ্বাৰা আলোচনা। ‘আমি সদায় আপোনালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ’ নামৰ ভিডিঅʼখন দেখুৱাওক। jw.org-ত “আপুনি দিয়া দান কেনেকৈ ব্যৱহাৰ কৰা হয়” লেখৰ ধাৰাবাহিকৰপৰা কিছুমান কথা কওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৩৬
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৪৩ আৰু প্ৰাৰ্থনা