ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 নৱেম্বৰ পৃষ্ঠা ৬
  • নৱেম্বৰ ২২-২৮

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নৱেম্বৰ ২২-২৮
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 নৱেম্বৰ পৃষ্ঠা ৬

নৱেম্বৰ ২২-২৮

বিচাৰকৰ্ত্তাবিলাক ১-৩

  • গীত ১২৬ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “সাহস আৰু ষড়যন্ত্ৰৰ ঘটনা”: (১০ মি.)

    আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • বিচা ২:১০-১২—ইয়াৰপৰা আমি কি শিকিব পাৰোঁ? (w০৫ ২/১ ১৪-১৫ ¶৭)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) বিচা ৩:১২-৩১ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • “প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক—যিহোৱালৈ প্ৰাৰ্থনা কৰক”: (১০ মি.) আলোচনা। শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—যিহোৱাৰ সহায় গ্ৰহণ কৰক—প্ৰাৰ্থনা নামৰ ভিডিঅʼখন দেখুৱাওক।

  • বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন পাঠ ০২ পৰিচয় আৰু ১-৩ ভাগ (শিক্ষা অধ্যায় ১১)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৫৩

  • যিহোৱাৰ বন্ধু হোৱা—ভালদৰে প্ৰচাৰ কৰা: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত সম্ভৱ হʼলে কেইজনমান লʼৰা-ছোৱালীক ষ্টেজলৈ মাতক আৰু তেওঁলোকক সোধক: প্ৰচাৰলৈ যোৱাৰ আগতে আমি কি তৈয়াৰ কৰা উচিত? আমি কিয় ভালদৰে কাপোৰ-কানি পিন্ধা উচিত? প্ৰচাৰ কৰাৰ সময়ত আমি কি কৰা উচিত নহয়?

  • “সেৱা সভা প্ৰভাৱশালী কৰাৰ পৰামৰ্শ”: (১০ মি.) প্ৰচাৰ সমূহৰ অধ্যক্ষৰ দ্বাৰা আলোচনা। শ্ৰোতাসকলক সোধক যে সেৱা সভা আৰম্ভ হোৱাৰ আগতে উপস্থিত হোৱাটো কিয় অতি প্ৰয়োজন?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৩৯

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৩৬ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক